What is Whatsapp and how does it work in Assamese | WhatsApp ৰ বিষয়ে অসমীয়াত | WhatsApp ৰ ইতিহাস | AssameseNe.blogspot.com

What is whatsapp and how does it work in Assamese | WhatsApp ৰ বিষয়ে অসমীয়াত | WhatsApp ৰ ইতিহাস | WhatsApp কি ? | what is whatsapp used for in Assamese |  AssameseNe.blogspot.com



WhatsApp ৰ বিষয়ে অসমীয়াত



আপুনি জানেনে যে WhatsApp কি হয় আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি ? মই চেষ্টা কৰিম WhatsApp ৰ বিষয়ে অসমীয়াত দিবলৈ ৷ যদি আপুনি কিছু সময়ৰ পৰা ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি আছে আৰু আপুনি ইণ্টাৰনেটৰ বিষয়ে কিছু কিছু জানে তেন্তে আপুনি নিশ্চয় এই নতুন মেছেজিং এপ WhatsApp ৰ বিষয়ে শুনিছে ৷ ইয়াৰ লগতে আপুনি নিশ্চয় ইয়াৰ বিষয়ে ভাবিছে চাগে যে আচলতে এইটো কি হয় আৰু কিয় ইমান বেছি জনপ্ৰিয় হয় ৷ ইয়াৰ লগতে আপুনি ইয়াক কেনেকৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব ইত্যাদি ৷


শুনিবলৈ আপোনাৰ আচৰিত লাগিব কিন্তু WhatsApp আমাৰ মাজত বহু বছৰৰ পৰা আছে, 2009 ত ইয়াক design কৰা গৈছিল yahoo company ৰ দুজন employees ৰ দ্বাৰা, যেতিয়া তেওঁলোকে Facebook ত সাক্ষাৎকাৰ দিছিল তেতিয়া তেওঁলোকক তাৰ পৰা reject কৰি দিয়া গৈছিল ৷ তাৰ পিছত এজন Russian coder ৰ সহায়ত WhatsApp ৰ দুয়ো Founders Brian Acton আৰু Jan Koum য়ে এই communication app টোক  refine কৰিলে আৰু ইয়াত ভাল features ক include কৰিলে যাৰ বাবে ইয়াক মানুহে traditional messaging service ৰ তুলনাত বেছি পচন্দ কৰিলে ৷



পিছৰ কথাখিনি আমি সকলোৱে জানো যে কেনেকৈ এইটো Google Playstore আৰু Apple Appstore ত সকলোতকৈ বেছি download হোৱা app হৈ গ’ল ৷ এনেকুৱা ধৰণৰে আৰু জানিব লগা কথাৰে সৈতে আজি মই এইটো post লিখিবলৈ সিদ্ধান্ত লৈছো যাৰ দ্বাৰা আপোনালোকক WhatsApp ৰ সম্পূৰ্ণ তথ্য অসমীয়াত দিব পাৰো ৷ তেন্তে পলম নকৰাকৈ  আৰম্ভ কৰো আৰু অসমীয়াত WhatsApp ৰ বিষয়ে জানো আহক ৷



WhatsApp এটা এনেকুৱা free messaging app হয় যিটোৰ সহায়ত যিকোনো user য়ে নিজৰ বন্ধু অথবা পৰিয়ালৰ লোকক ইণ্টাৰনেটৰ সহায়ত message পঠাব পাৰে, যাৰ বাবে আপোনাক কাৰোবাক messaging কৰাৰ পইচা দিব নালাগে ৷ এতিয়াটো আপুনি message ৰ লগতে photos,document,voice message আৰু video call দৰে বহুতো কিবা কৰিব পাৰি ৷



এইটো messenger পুৰণি traditional messaging service তকৈ এইকাৰণেই ভাল কিয়নো ইয়াত end-to-end encryption থাকে যাৰ বাবে আপোনাৰ messages,photo আৰু videos ক কোনো অন্য ব্যক্তিয়ে চাব নোৱাৰে ৷ এইকাৰণে এইটো বেছি সুৰক্ষিত হয় ৷ এনেকুৱা সুন্দৰ features ৰ কাৰণতে WhatsApp বেছি জনপ্ৰিয় ৷ যদি আপুনি WhatsApp ডাওনলোড কৰিব বিচাৰে তেন্তে আপুনি WhatsApp ৰ ৱেবছাইটত যায় কৰিব পাৰে ৷ তাত আপুনি Android, iphone,আৰু Windows Computer ৰ লিংক পাই যাব ৷




WhatsApp কি ?



WhatsApp হ’ল এক instant messaging এপ্লিকেচন ৷ এইটো Android, iOS, Windows  ত উপলব্ধ হয় ৷ ইয়াৰ সহায়ত আপুনি message, video call, voice call আৰু আপুনি files পঠাব পাৰে ৷




WhatsApp ৰ ইতিহাস



বহুত বেছি জনপ্ৰিয় এই App টো বনোৱাৰ আঁৰত থকা কাহিনীও সিমানেই মনোমোহা যিমান এই App টো ৷ ইয়াৰ দুজন founder Brian Acton আৰু Jan koum য়ে লগলাগি এই app টো 2009 তে বনাইছিল ৷ কিন্তু এতিয়াও তাতে কিছু improvement কৰিবলৈ বাকী আছিল যিটো কাৰণত তেওঁলোকে ইয়াক market লৈ অনাটো ভাল হ’ব বুলি ভবা নাছিল ৷ কিন্তু আকৌ তেওঁলোকে এজন Russian Coder ৰ সহায়ত ইয়াত বহুত কিবা improvement কৰিলে যাৰ বাবে WhatsApp এক user friendly messaging app হৈ গ’ল ৷



প্ৰথমতে এই App টোৰ নিৰ্মাতাসকলৰ কাহিনী শুনো আহক যিটো বহুত প্ৰেৰণাদায়ী হয় ৷ Jan koum ৰ জন্ম সাধাৰণ পৰিয়ালত হৈছিল ৷ এখেতৰ জন্ম য়ুক্ৰেন ৰ এখন সৰু গাৱঁত 1976 চনত হৈছিল ৷ এখেতৰ পিতৃ এটা construction company ত কাম কৰিছিল আৰু মাতৃ গৃহিণী আছিল ৷ Koum য়ে সন জোস স্টেট ইউনিভাৰ্চিটিত গণিত আৰু computer science বিষয়ত পঢ়িছিল ৷



ঠিক একেদৰে Brian Acton য়ে সৰুতে central florida ত আছিল ৷ তাৰ পিছত এখেতে stanford university ৰ পৰা 1994 চনত computer science ত graduation কৰিছিল ৷ ডিগ্ৰী লোৱাৰ পিছত এখেতে প্ৰথমে Apple company ত এজন software engineer হিচাপে join কৰিলে, তাৰ পিছত 1996 ত Yahoo ত join কৰিলে ৷ WhatsApp ৰ মুখ্য বিচাৰ Koum ৰ তেতিয়া আহিল যেতিয়া তেওঁ এখন movie চাই আছিল ৷ তেওঁৰ এনে লাগিল যে এটা এনেকুৱা app বনোৱা হওক যিটোৰ দ্বাৰা বন্ধুসকলক যিকোনো ফিল্মৰ বিষয়ে যাতে মেচেজ পঠাব পৰা যায় ৷ তাৰ পিছত তেওঁ এই idea বন্ধু Brian ক ক’লে তেওঁৰ প্ৰথমে এইটো practical নালাগিল কিন্তু পিছত তেখেতেও ইয়াত আগ্ৰহ দেখালে ৷ আৰু পিছত তেওঁ এইটো app বনাই দিলে ৷



WhatsApp ৰ Features


চাবলৈ গ’লে অন্য Messaging apps ৰ তুলনাত WhatsApp ত এনেকুৱা বহুতো features আছে যিয়ে ইয়াক অন্যতকৈ ভাল বুলি প্ৰমাণিত কৰিছে ৷ আজি আমি এইটোৰ বিষয়তে  জানিম যে আচলতে WhatsApp ৰ এনেকুৱা কোনবোৰ features আছে যিবোৰে ইয়াক অন্যতকৈ বেলেগ কৰিছে ৷




1.Text


Simple আৰু Reliable Messaging


ইয়াৰ সহায়ত আপুনি আপোনাৰ বন্ধু আৰু পৰিয়ালক free ত message কৰিব পাৰে ৷ ইয়াৰ বাবে WhatsApp য়ে ফোন ৰ ইণ্টাৰনেট connection ৰ প্ৰয়োগ কৰে মেচেজ পঠিওৱাৰ বাবে যাৰ বাবে users য়ে SMS fees দিব নালাগে ৷


2.Group Chat


Group ৰ সৈতে সম্পৰ্কত থকাৰ বাবে এই feature ৰ সহায়ত এতিয়া আপুনি একে লগে 256 জন মানুহৰ লগত সম্পৰ্কত থাকিব পাৰে যেনে আপোনাৰ family members, coworkers ইত্যাদি ৷ এই group chats ৰ সহায়ত আপুনি message, photos, আৰু videos একেলগে 256 জন মানুহৰ লগত share কৰিব পাৰে ৷ ইয়াৰ লগতে আপুনি এই groups ক এটা নামো দিব পাৰে, mute কৰিব পাৰে আৰু লগতে ইয়াৰ notification ক customize ও কৰিব পাৰে ৷



3.WhatsApp WEB আৰু DESKTOP ত প্ৰয়োগ



এতিয়া WhatsApp ৰ ব্যৱহাৰ আপুনি Web আৰু Desktop তো কৰিব পাৰে, আপুনি সহজে আপোনাৰ সকলো chats ক computer ৰ সৈতে sync কৰিব পাৰে যাৰ দ্বাৰা আপুনি যেতিয়াই বিচাৰে নিজৰ chat সমূহ যিটো device ত বিচাৰে সেইটো device ৰে ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে আপোনাক Desktop app ৰ ব্যৱহাৰ কৰিব লাগিব আৰু WhatsApp Web ৰ ব্যৱহাৰ কৰিবলৈ আপুনি web.WhatsApp.com ত Visit কৰি তাক use কৰিব পাৰে ৷


4.WhatsApp VOICE আৰু VIDEO CALLS


এতিয়া Voice calls হোৱাৰ বাবে আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে free ত কথা বতৰা পাতিব পাৰে লাগিলে তেওঁ অন্য দেশতে নাথাকক কিয় ৷ আৰু free video calls ৰে আপুনি face-to-face কথা পাতিব পাৰে যেতিয়া আপোনাৰ voice অথবা text বেছি নালাগে ৷ WhatsApp ৰ voice আৰু video calls আপোনাৰ phone ৰ Internet connection ৰ প্ৰয়োগ কৰে , এইকাৰণে আপোনাক এতিয়া নিজৰ mobile ৰ voice plan ৰ কোনো প্ৰয়োজন নাই আৰু ইয়াৰ বেছি দাম হোৱাৰ চিন্তা কৰিব নালাগে ৷


5.END-TO-END ENCRYPTION থকা


যিহেতু এনেকুৱা users আছে যিয়ে নিজৰ বহুতো personal moments WhatsApp ত share কৰে, এইকাৰণে WhatsApp ক end-to-end encryption বনোৱা গৈছে যাতে কোনো অন্য ব্যক্তিয়ে ইয়াক চাব নোৱাৰে ৷ যেতিয়া আপোনাৰ message ক end-to-end encrypted কৰা যায়, তেতিয়া আপোনাৰ message আৰু calls বহুত secure হৈ যায় ৷ আপুনি যাক এই message পঠাই কেৱল তেৱেঁই ইয়াক পঢ়িব আৰু শুনিব পাৰে,অন্য কোনো নোৱাৰে ৷ এইকাৰণে WhatsApp বহুত বেছি সুৰক্ষিত হয় ৷



6.PHOTOS আৰু VIDEOS


এতিয়া আপোনাৰ Best Moments বোৰ share কৰিব পাৰে ৷ আপুনি তৎক্ষণাত আপোনাৰ photo আৰু video বোৰক WhatsApp ত আন কাৰোবাক পঠাই দিব পাৰে ৷ আপুনি আপোনাৰ phone ৰ built- in camera ৰে নিজৰ moments বোৰ capture কৰিব পাৰে ৷ WhatsApp ত photo আৰু video বোৰ slow connection হোৱাৰ পিছতো সহজতে share কৰিব পৰা যায় ৷



7.VOICE MESSAGES


আপোনাৰ মনত যি আহে সেইটো কব পাৰে 


কেতিয়াবা কেতিয়াবা আমাৰ লিখিবলৈ মন নাথাকে, অথবা আমাৰ voice ৰে বহুত কিবা ক’ব পাৰি এইকাৰণে WhatsApp ৰ voice message feature বহুত কামত আহে যি এবাৰ tap তে  আপোনাৰ voice message ক record কৰিব পাৰে আৰু লগে লগে ইয়াক send ও কৰিব পাৰে ৷



8.DOCUMENTS


Document ও আপুনি সহজে sharing কৰিব পাৰে 


আপুনি সহজতে PDFs, documents, spreadsheets, slideshows আৰু বহুতো কোনো অসুবিধা নোহোৱাকৈ ইয়াৰ পৰা পঠাব পাৰি, য’ত আপোনাক কোনো email আৰু file sharing apps ৰ একো প্ৰয়োজন নাই ৷ আপুনি যিকোনো document up to 100 MB, লৈকে পঠাব পাৰে ৷




WhatsApp Free হয়নে ?


হয় WhatsApp Messenger একেবাৰেই বিনামূলীয়া ৷ WhatsApp ত messages পঠিয়াবৰ বাবে internet ৰ ব্যৱহাৰ হয় ৷ এইকাৰণে ইয়াৰ বাবে যিকোনো Users য়ে কোনো Subscription fees দিয়াৰ প্ৰয়োজন নাই ৷ এইকাৰণেই এই messaging app গোটেই পৃথিৱীত সকলোতকৈ বেছি জনপ্ৰিয় হয় ৷



WhatsApp ৰ অন্য মহত্ত্বপূৰ্ণ option ও অন্তৰ্ভুক্ত আছে যেনে :


Group Chat : 


মই আগতেও কৈছো যে group chat ৰ সহায়ত কেনেকৈ আপুনি একে সময়তে বহুত মানুহৰ লগত কথা পাতিব পাৰে ৷



WhatsApp Web :


আপুনি WhatsApp messages বোৰ directly কম্পিউটাৰৰ সহায়ত send আৰু receive কৰিব পাৰে ৷


কোনো Usernames আৰু Pins নালাগে : এবাৰ register হোৱাৰ পিছত আপুনি Username আৰু PIN মনত ৰাখিব নালাগে ৷ WhatsApp আপোনাৰ phone ৰ সৈতে ভালদৰে integrate হৈ যায়, যাৰ দ্বাৰা সিটো সহজতে আপোনাৰ phone ত স্থিত address book ৰ সৈতে জড়িত হৈ যায় ৷


Logged In হোৱা : এইটো এটা বহুত ডাঙৰ feature আছে WhatsApp ৰ যাৰ বাবে আপুনি বাৰে বাৰে login কৰিব নালাগে যিটো কাৰণে আপুনি কেতিয়াও কোনো notification ৰ পৰা বঞ্চিত হ’ব নালাগে ৷


সোনকালে connect হোৱা : WhatsApp ত এইটো feature আছে যাৰ দ্বাৰা ইয়ে আপোনাৰ contacts ৰ পৰা WhatsApp number ক বেলেগ কৰি দিয়ে যাৰ বাবে আপুনি ডাঙৰ address book ৰ contact list ক বিচাৰিব নালাগে ৷


ইয়াৰ লগতে আপুনি WhatsApp, ৰ সহায়ত নিজৰ location ও share কৰিব পাৰে, আপুনি custom wallpapers set কৰিব পাৰে, contacts exchange কৰিব পাৰে, এনেকুৱাকৈ আপুনি বহুতো কাম কৰিব পাৰে ৷



WhatsApp ত কেনেকৈ Register কৰে -


যদি আপুনি প্ৰথম বাৰ WhatsApp ত sign up কৰিব বিচাৰে তেতিয়া আপুনি এই step কেইটা পালন কৰিব লাগিব : - 


1) প্ৰথমতে আপোনাৰ Phone number enter কৰিব লাগে ৷


2) তাৰ পিছত text message ত আপুনি এটা confirmation code পাব ৷


3) এইটো enter কৰাৰ লগে লগে আপোনাৰ account create হৈ যাব ৷


4) তাৰ পিছত আপুনি User name set কৰিব পাৰে ৷


5) Profile Pic ও set কৰিব পাৰে ৷



এনেকৈয়ে আপুনি নিজৰ phone ত WhatsApp ৰ ব্যৱহাৰ কৰিব পাৰে ৷


মই সম্পূৰ্ণ আশা কৰিছো যে মই আপোনালোকক WhatsApp ৰ সম্পূৰ্ণ তথ্য দিব পাৰিছো আৰু আশা কৰিছো যে আপোনালোকে WhatsApp কি হয় এই বিষয়ত বুজি পাইছে ৷ মই আপোনালোক সকলো পাঠকলৈ অনুগ্ৰহ কৰিছো যে আপোনালোকেও এই তথ্যখিনি নিজৰ পৰিয়াল, বন্ধু বৰ্গ ৰ লগত share কৰিব, যাৰ ফলত আমাৰ মাজত সজাগতাৰ সৃষ্টি হব আৰু সকলোৱে লাভান্বিত হব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 





মোৰ সদায়ে এইটোৱে চেষ্টা যে পাঠক সমাজক যিকোনো প্ৰকাৰৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাবে মোক সুধিব পাৰে ৷



মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ 




ধন্যবাদ

Post a Comment

0 Comments