What Is Internet And Its Features In Assamese | ইন্টাৰনেটৰ পৰিভাষা | History of Internet in Assamese | AssameseNe.blogspot.com

What Is Internet And Its Features In Assamese | ইন্টাৰনেটৰ পৰিভাষা | History of Internet in Assamese |  AssameseNe.blogspot.com

ইন্টাৰনেটৰ পৰিভাষা কি?



ইন্টাৰনেট বিগত কেইবছৰমান ভিতৰত বহু জনপ্ৰিয়তা লাভ কৰিছে, লগতে ই যোগাযোগৰ মাধ্যম হিছাপে অধিক মহত্ত্বপূৰ্ণ অংগ হৈ পৰিছে ৷


Internet শব্দটোৰ উৎপত্তি হৈছে Interconnection আৰু Networks শব্দ দুটাৰ পৰা ৷ ইয়াতে কথাটো হল আপুনি বাৰু জানেনে ইন্টাৰনেটৰ পৰিভাষা কি? কিয়নো আমি সকলোৱে ইন্টাৰনেটৰ ব্যৱহাৰ কৰিবতো জানো , কিন্তু ইয়াৰ অৰ্থ আমি নাজানো ৷ এইটো এনেকুৱা হৈছে যে আমি খোৱা খিনিতো খাওঁ কিন্তু কি খাই আছো গম নাপাও ৷




Network হল আচলতে দুটা বা তাতকৈ অধিক কম্পিউটাৰৰ collection, যিয়ে এটাই আনটোৰ লগত information আৰু resources share কৰে ৷ যদি আমি ইন্টাৰনেটৰৰ কথা কও তেতিয়াহলে ই worldwide system of computer networks .যাৰ অৰ্থ নেটৱৰ্কৰ নেটৱৰ্ক (Network of networks).



এই Internet ৰ মাধ্যমত কম্পিউটাৰ আৰু অন্য communication device অতি সহজে তথ্যসমূহৰ আদান প্ৰদান কৰে ৷ বেছিভাগ লোকে ইন্টাৰনেটৰৰ ব্যৱহাৰ email send আৰু receive কৰাৰ বাবে ব্যৱহাৰ কৰে বা net browse কৰাৰ বাবে আৰু information retrieve কৰাৰ বাবেই ৷ 


এই সকলোবোৰ কথা গম পাই মই ভাবিলো যে  আপোনালোকক ইন্টাৰনেটৰ সম্বন্ধে সকলোবোৰ কথা  অবগত কৰাও ৷ যাৰ জৰিয়তে ইন্টাৰনেটৰ সম্বন্ধে আৰু অধিক ভালকৈ বুজি পোৱাত আপোনাৰ সুবিধা হব ৷ তেন্তেই আহক পলম নকৰি আৰম্ভ কৰো ৷



ইন্টাৰনেটৰ সৰল পৰিভাষা (Definition of Internet in Assamese)


ইন্টাৰনেট হল এনে এখন Networks ৰ মায়াজাল , যাৰ জৰিয়তে পৃথিৱীৰ সকলো কম্পিউটাৰক একেলগে আৰু একে networks ৰ দ্বাৰা জড়িত বা সংযোগ কৰিব পৰা যায় ৷ ইন্টাৰনেট এনে এটা মাধ্যম যাৰ জৰিয়তে আমি যিকোনো কম্পিউটাৰক অন্য যিকোনো কম্পিউটাৰৰ দ্বাৰা সংযোগ কৰিব পাৰো ৷ ই লাগিলে পৃথিৱীৰ যিকোনো প্ৰান্তত নাথাকক কিয় ৷ সেইবাবেই INTERNET ক নেটৱৰ্কৰ নেটৱৰ্ক বুলিও কোৱা হয় ৷ 



ইন্টাৰনেট বিশ্বস্তৰত এনেভাৱে জড়িতহৈ থকা নেটৱৰ্ক system যিয়ে TCP/IP প্ৰটোকলৰ জৰিয়তে এটা কম্পিউটাৰে অন্য এটা কম্পিউটাৰৰ লগত বিভিন্ন প্ৰকাৰৰ মিডিয়াৰ মাধ্যমত খবৰ , তথ্যপাতি আদান প্ৰদান কৰিব পাৰি ৷ ইয়াৰ লগত কম্পিউটাৰ Server য়ো  অন্তভূক্ত আছে ৷




ইন্টাৰনেটৰ অৰ্থ কি


সহজ অৰ্থত কবলৈ গলে ইন্টাৰনেট এটা globally connected network system হয় ৷ যিয়ে TCP/IP ৰ ব্যৱহাৰ কৰে ভিন্ন ভিন্ন মিডিয়াৰ মাধ্যমৰে data transmit কৰাৰ বাবে ৷ ইন্টাৰনেট এটা নেটৱৰ্ক system হয়  global exchange ৰ ৷ যত private, public, business, academic আৰু government network য়ো জড়িতহৈ আছে ৷ অন্যহাতে এইসকলোবোৰেই জড়িত হৈ আছে guided, wireless আৰু fiber-optic technologies ৰ মাধ্যমেৰে ৷




Internet আৰু World Wide Web , এই শব্দ দুটা এটাই আনটোৰ পৰিপূৰক (interchangeably) বুলি ব্যবহাৰ কৰা হয় ৷ কিন্তু আচলতে এই দুটা একে সমান নহয় ৷ ইন্টাৰনেটে উল্লেখ (refer) কৰে global communication system ক, যত hardware আৰু infrastructure জড়িত আছে ৷ আনহাতে web একপ্ৰকাৰৰ services বুলি মনা হয় ৷ যাক ইন্টাৰনেটৰ দ্বাৰাহে communicate কৰা হয় ৷



ইন্টাৰনেটৰ পৰিচয়


ইন্টাৰনেটক কোৱা হয় Information super Highway বুলি ৷ যাৰ দ্বাৰা information সমূহ access কৰা হয় over the web . কিন্তু ইয়াক অন্যান্য বিভিন্ন প্ৰকাৰেৰে পৰিভাষিত কৰিব পাৰি ৷ বলক সেইসমূহৰ বিষয়ে জানি লও ৷


1. Internet এটা world wide global system হয় interconnected computer networks ৰ ৷

2. Internet এ ব্যৱহাৰ কৰে Standard Internet Protocol (TCP/IP) ৰ ৷

3. প্ৰত্যেকটো কম্পিউটাৰ যিয়ে internet ৰ দ্বাৰা জড়িত হৈ আছে তাক identify কৰা হয় unique IP address ৰ মাধ্যমত ৷

4. IP Address হল এটা unique set of numbers (যেনে 120.11.33.115). যিয়ে এটা কম্পিউটাৰৰ location ক identify কৰে ৷ 

5. এটা special কম্পিউটাৰ  DNS (Domain Name Server ) ৰ ব্যৱহাৰ কৰা হয় IP Address সমূহক নাম প্ৰদান কৰাৰ বাবে ৷ যাৰ জৰিয়তে এজন user এ এটা কম্পিউটাৰক তেওঁৰ নামেৰে locate কৰিব পাৰে ৷

6. উদাহৰণস্বৰূপে এটা DNS server য়ে resolved (সংকল্প) কৰে এটা website ৰ নাম https://assamesene.blogsopt.com ক এটা নিৰ্দিষ্ট IP address ত ৷ যাৰ দ্বাৰা গম পোৱা যায় যে সেই website টোক কোনটো কম্পিউটাৰত host কৰা হৈছে ৷

7. Internet ৰ সুবিধা সকলো users ৰ বাবেই সুলভ ৷




ইন্টাৰনেটৰ ব্যৱহাৰ


Internet ৰ সংকল্পটো (concept) 1969 চনৰ পৰা আৰম্ভনি হৈছিল , আৰু ইয়াত বহুতো technological আৰু Infrastructural changes ও কৰা হৈছে ৷ যাৰ বিষয়ে তলত আলোচনা কৰা হল -


1. Internet ৰ আৰম্ভনি এটা সংকল্পৰ (concept) পৰা আৰম্ভণি ঘটিছে ৷ তাক Advance Research Project Agency Network (ARPANET) বুলি কোৱা হয় ৷

2. ARPANET ক বিকাশ (develop) কৰা হৈছিল United States Department ৰ Defense (প্ৰতিৰক্ষা) ৰ বাবে। যাৰ বাবে চৰকাৰে এটা special department ৰ সংৰচনা কৰিছিল ৷


3. ARPANET ৰ মুখ্য কাম আছিল চৰকাৰৰ বিভিন্ন বিভাগ সমূহৰ মাজত যোগাযোগ স্থাপন কৰা ৷ 

4. আৰম্ভণি সময়ত কেৱলমাত্ৰ চাৰিটা nodes আছিল ,যাক এতিয়া hosts বুলি কোৱা হয় ৷

5. আনহাতে 1972 চনত ARPANET লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল ৷ যাৰ জৰিয়তে এতিয়া প্ৰায় 23টা  nodes উপলব্ধ আছে বেলেগ বেলেগ দেশত, আৰু এতিয়া ইয়াক Internet নামেৰে জনা যায় ৷ 

6. পিছত আকৌ নতুন নতুন Technologies আহিল ৷ যেনে TCP/IP protocol ,DNS, WWW. browsers ,scripting language ইত্যাদি ৷ এতিয়া ইন্টাৰনেটৰ মাধ্যমত creator সকলে content publish কৰিব পাৰে ৷




ইন্টাৰনেট সম্বন্ধে কিছু আচৰিত কথা ৷



যি ইন্টাৰনেটক আমি আজি দেখি আছো ই আমি ভাবিব নোৱাৰা ধৰণে  বহু  বেগেৰে বিস্তাৰিত হৈ আছে ৷ ইন্টাৰনেটৰ আৰম্ভণিৰে পৰাই , ৱেবছাইটৰ সংখ্যায়ো বহু বেগেৰে বাঢ়ি গৈ আছে আৰু লগতে web ত stored data ৰ মাত্ৰায়ো বাঢ়ি গৈ আছে ৷ 


কেইবছৰ মান আগতে Google ৰ দ্বাৰা চলোৱা এটা survey ৰ পৰা যি estimates (আকলন) আৰু data সন্মুখত আহিছে সচাকৈয়ে Internet ৰ বিষয়ত আচৰিত কৰি দিয়া কথা ৷


আহক অলপ এনেকুৱা ধৰণৰ  বিষয়ৰ বিষয়ে জানি লও ৷ যাৰ জৰিয়তে আমি ইন্টাৰনেটৰ উৎপত্তি আৰু ইয়াৰ বৰ্তমানৰ পৰিস্থিতিৰৰ উমান পাম ৷


1. Google ৰ পূৰ্ব report মতে , 2010 চনলৈ internet ত প্ৰায় 5 Million Terabytes ৰ data মজুত আছিল ৷


ইয়াত আচৰিত কৰি দিয়া কথাটো হল Google এ নিজে কৈছে যে ,তেওঁলোকে বৰ্তমানলৈ internet ত উপলব্ধ  থকা content সমূহৰ কেবল মাত্ৰ 0.004% ৰ data হে index কৰিছে ৷ তেন্তেই ভাবি চাওক কিমান data ইন্টাৰনেটত উপলব্ধ আছে ৷ কিয়নো মাত্ৰ 0.004% data হে index কৰিছে ৷ 



আনহাতে 2018 চনৰ  October ৰ 14 তাৰিখলৈ প্ৰায় 4.46 billion pages ইন্টাৰনেটত উপলব্ধ আছিল ৷ যি সচাকৈয়ে বহু আচৰিত কথা ৷ 


2. আনহাতে 2018 চনৰ October মাহলৈ ইন্টাৰনেটত 1.9 billion websites ত কৈয়ো অধিক websites উপলব্ধ আছিল ৷ 14 অক্টোবৰ 2018 লৈ প্ৰায় 441 million Tumblr blogs ইন্টাৰনেটত উপলব্ধ আছিল ৷  আনহাতে 75.8 million blogs আৰু business sites  WordPress ত উপলব্ধ আছিল ৷


প্ৰতিদিনে প্ৰায় 5 million ত কৈয়ো অধিক blog posts publish কৰা হয় ৷



3. 95 million photos প্ৰতিদিনে Instagram ত upload কৰা হয় ৷ 
কিন্তু সকলোতকৈ দুখ লগা কথা হল 70% ত কৈয়ো অধিক Instagram posts ক কোনেও নাচায় ৷



4. Internet users য়ে 2016 চনতে প্ৰায় 1 zettabyte bandwidth ডাটা consume (ব্যৱহাৰ) কৰিছিল ৷ 


One Zettabyte মানে হল এহেজাৰ Exabytes, one billion Terabytes বা এক trillion Gigabytes. আপুনি এবাৰ ভাবি চাওক কিমান ডাটা হব পাৰে ৷


আনহাতে Cisco ৰ এক প্ৰতিবেদন মতে 2021 চনলৈ 82% IP traffic কেবল video  য়ে হব ৷


5. পৃথিৱীৰ 7 Billion মানুহল ভিতৰত 4 Billion মানুহ আগৰে পৰাই Online দ্বাৰা জৰিতহৈ আছে ৷

InternetLiveStats (ILS) য়ে ইন্টাৰনেটৰ Active state(সক্ৰিয় উপভোক্তা) ক monitor (লক্ষ্য) কৰি থাকে , আৰু 2018 চনৰ অক্টোবৰ মাহলৈকে প্ৰায় 4,045,421,895 users web ত online active আছিল ৷ আনহাতে এই সংখ্যা আহি থকা 2021 চনলৈ আৰু অধিক বৃদ্ধি পাব ৷ 


6. সমগ্ৰ ইন্টাৰনেটত প্ৰতিদিনে প্ৰায় 85,000+ websites hacked হয় ৷ 

WordPress আৰু Joomla সকলোতকৈ affected CMS (content management systems) হয় ৷ 


7. প্ৰতি ঘন্টাত প্ৰায় 5000 ত কৈয়ো অধিক domain names register কৰা হয় ৷ 


যদি আমি হিচাপ কৰো তেতিয়াহলে প্ৰায় 120,000 Domains এদিনত আৰু 43 million domain names এবছৰৰ ভিতৰত register কৰা হয় ৷ ইয়াত আচৰিত কৰি দিয়া কথাটো হল যে ইয়াৰ ভিতৰত 75% ত কৈয়ো অধিক Domains ক Parked বা not resolving ৰ অৱস্থাত (conditions) ৰখা হয় ৷ ইয়াৰ কাৰণ এটাই যে আপুনি আপোনাৰ মনপচন্দৰ .com domain name অতি সহজে নাপায় ৷ 


8. সকলোতকৈ অধিক প্ৰায় 2.234 Billion users Facebook ত উপলব্ধ আছে ৷ 


পৃথিৱীৰ মুঠ জনসংখ্যাৰ আনুমানিক 30% ত কৈয়ো অধিক users Facebook ৰ লগত জডিত হৈ  আছে ৷


2018 চনলৈ  এইটো social networking site ত প্ৰায় 1.74 billion mobile active (মবাইল ফোনৰ দ্বাৰা সক্ৰিয়)  users আছিল ৷ 


Statistics অনুসৰি 2020 চনলৈ 50% ত কৈয়ো অধিক users Facebook ব্যৱহাৰ কৰি থাকিব ৷


9. 1971 চনত সৰ্বপ্ৰথমটো email পঠোৱা হৈছিল ৷


এই email টো পঠাইছিল Ray Tomlinson য়ে ৷ তেও এজন US programmer আছিল ৷ এখেতে email system ৰ আবিষ্কাৰ কৰিছিল ৷ Email ত “@” এই symbol টো এইবাবেই ব্যৱহাৰ কৰা হয় যে এই email টো এটা dumb machine (computer) লৈ নপঠাই যে এজন মানুহলৈ পঠোৱা হৈছে তাক নিৰ্দিষ্ট কৰিবৰ বাবে ৷ 



ইয়াত এটাই দুখ লগা বিষয় যে Ray Tomlinson য়ে একেবাৰে সঠিককৈ গম পোৱা নাছিল যে তেও কি  message পঠাইছিল ৷



10. 250 billions ই-মেইল প্ৰতিদিনে পঠোৱা হয় ৷ ৰব ৰব আচৰিত নহব, ইমান সংখ্যক ই-মেইল মানুহৰ দ্বাৰা পঠোৱা নহয় ৷ কিয়নো ইয়াৰ 81% ত কৈয়ো অধিক ই-মেইল spam হয় ৷ যাক automated means ৰ দ্বাৰা পঠোৱা হয় ৷ যাৰ দ্বাৰা প্ৰতিদিনে 200 billion spam ই-মেইল পঠোৱা হয় ৷ 


সৰ্বপ্ৰথমে spam ই-মেইল  1978 চনত পঠোৱা হৈছিল ৷ ই এটা advertisement আছিল Digital Equipment Corporation ৰ দ্বাৰা ৷ এই ই-মেইল 600 recipients য়ে লাভ কৰিছিল ৷



11. পৃথিৱীৰ সৰ্বপ্ৰথম website টো আজিলৈকে active আৰু online আছে ৷


সৰ্বপ্ৰথম website টোৰ নাম হল info.cern.ch আৰু ই এতিয়ালৈকে online হৈ আছে ৷ এইটো এটা basic HTML site হয় ৷ ইয়াৰ page সমূহত কিছুমান lines text আছে ৷ এইটো page লিখা হৈছিল first version of HTML ৰ সহায়ত ৷ 


12. Garfield ৰ Cartoon এসময়ত নিজৰে Email Service offer কৰিছিল ৷ Garfield হল আমেৰিকাৰ এখন হাস্যৰসৰ পুথিৰ চৰিত্ৰ ৷  ইয়ে এটা সময়ত email service আছিল , যিয়ে GMail.com offer কৰিছিল ৷ পিছত Google য়ে এই service ক গ্ৰহন কৰিছিল আৰু Google য়ে ইয়াৰ নাম সলনি কৰি Google Mail (GMail.com) কৰিছিল ৷ যাক আমি এতিয়াও ব্যৱহাৰ কৰি আছো ৷


13. 400 ঘন্টাৰ Video contents প্ৰতি মিনিটত upload কৰা হয় YouTube ত ৷ যেতিয়ালৈকে আপুনি এই paragraph টো সম্পূৰ্ণকৈ পঢ়ি লব তেতিয়ালৈকে হয়তো চাগে  1600 ঘন্টাতকৈয়ো অধিক Video content YouTube ত upload হব ৷ 



14. Google Play Store আৰু Apple App Store ক যদি লগলগাই হিচাপ কৰা হয় তেন্তে  প্ৰায় 7 Million apps উপলব্ধ হব ৷ 


2016 চনত Google Play Store যে প্ৰায় 75 Billion এপ  Downloads কৰাৰ হিছাপ ৰাখিছিল Google Play Store ৰ পৰা ৷ আনহাতে Apple App Store ৰ পৰা apps download কৰা হৈছিল প্ৰায় 25 Billions. 


15. ইন্টাৰনেটত প্ৰায় 80% তকৈ অধিক images নগ্ন ছোৱালী আৰু মহিলাৰ আছে ৷ সম্পূৰ্ণ ইন্টাৰনেটৰ জগত খন নগ্নতাৰ ওপৰতে আধাৰিত ৷



 কিছুমান বিশেষজ্ঞৰ মতে --


* 12% তকৈ অধিক website NSFW (Not Safe For Work) ৰ হয় ৷ যত অশ্লীল ছবি, ভিডিঅ আদি উপলব্ধ থাকে ৷ 


* প্ৰত্যেক তিনিটা Download ৰ ভিতৰত এটা download NSFW ৰ হয় ৷ 



* ৰবিবাৰ বা কোনো বন্ধৰ দিনত ইয়াক সকলোতকৈ অধিক চোৱা হয় ৷


16. 51% তকৈ অধিক ইন্টাৰনেটৰ traffic Fake হয় ৷ যত আমি মানুহবোৰে দায়ী হয় 49% সমগ্ৰ traffic ৰ বাবে ৷ বাকি সমস্ত traffic বহু প্ৰকাৰৰ bots আৰু spamming software ৰ দ্বাৰা কৰোৱা হয় ৷



ইয়াৰ দ্বাৰাই এটা কথা পোহৰলৈ আহে যে যদি এই Bots আৰু spamming software সমূহ নাথাকিল হেতেন তেন্তেই আমি অতি সহজতে faster connectivity লাভ কৰিলোহেঁতেন ৷ 


17. ইন্টাৰনেটক মাত্ৰ 4 বছৰৰ সময় লাগিছিল নিজৰ 50 Million Users বনোৱাৰ বাবে ৷ যত Television প্ৰায় 13 বছৰ লাগিছিল আৰু Radio ক 38 বছৰ লাগিছিল 50 Million Users হোৱাৰ বাবেই ৷ ইয়াৰ দ্বাৰা আপুনি ইন্টাৰনেটৰ জনপ্ৰিয়তা গম পাব পাৰে ৷



18. 7 জন ব্যক্তিয়ে সমস্ত ইন্টাৰনেট control কৰে ৷ নিশ্চয়কৈ আপুনি ঠিকেই শুনিছে ৷ এনেকুৱা 7 জন ব্যক্তিক দায়িত্ব দিয়া হৈছে Internet Corporation for Assigned Names and Numbers (ICANN), যিয়ে 7টা  Different Keys hold কৰে ৷ যদি কেতিয়াবা কোনো সমস্যাৰ সৃষ্টি হয় তেতিয়া এই 7 জন ব্যক্তিয়ে লগ লাগি ইন্টাৰনেটক সম্পূৰ্ণৰূপে restore কৰিব পাৰে ৷





ইন্টাৰনেটৰ বিষয়ে অসমীয়াত (Internet Terms in Assamese)



ইয়াত আমি ইন্টাৰনেটৰ লগত জডিত technical terms ৰ বিষয়ে জানিম ৷ যিবোৰ competitive exams সমূহত সোধে ৷



WORLD WIDE WEB (WWW) কি হয় ?



ই এটা ইন্টাৰনেটৰ Servers ৰ এনেকুৱা system হয় যিয়ে support কৰে hypertext আৰু multimedia ক ৷ যাৰ দ্বাৰাই Internet Protocols ক access কৰিব পৰা যায় এটা  single interface ৰ দ্বাৰা ৷



www ৰ সম্পূৰ্ণ অৰ্থ হল world wide web .কম্পিউটাৰ আৰু ইন্টাৰনেটৰ মাজত Information exchange কৰাৰ বাবেই ই এটা পদ্ধতি হয় ৷



WEB PAGE কি হয় ?


World wide web ৰ মেৰুদণ্ড হল file বা documents ৷ যাক pages বা web pages বুলি কোৱা হয় ৷ ইয়াত সকলো প্ৰকাৰৰ information আৰু links থাকে ৷ 




ইয়াক বনোৱা হৈছে HTML (Hyper Text Markup Language) ৰ দ্বাৰা ৷ চাবলৈ গলে web একপ্ৰকাৰৰ collection হয় বহুতো computer ৰ documents  আৰু web page ৰ ৷ যাক store কৰা হয় পৃথিৱীৰৰ সমস্ত কম্পিউটাৰত আৰু সকলোকে সংলগ্ন কৰা হয় hyperlinks ৰ সহায়ত ৷



Website কি হয় ?


Web pages সমূহৰ এনেকুৱা এটা group হয় যিয়েই একে বিষয়ক follow কৰে আৰু ইয়াক ইটোক আনটোৰ লগত connect কৰা হয় hyperlinks ৰ সহায়ত ৷ তাকে website বোলা হয় ৷



অন্য ধৰনে কব গলেই এটা website আচলতে collection হয় digital document সমূহৰ ৷ 



এটা website য়ে আমাক লাগতিয়াল তথ্য সমূহ প্ৰদৰ্শন কৰে ৷ সকলো website ক access কৰিব পৰা যায় তাৰ নিজৰ address দ্বাৰা ৷ যেনে URL (Uniform Resource Locator) ৰ দ্বাৰা  ৷



উদাহৰণ স্বৰূপে , https:// assamesene.blogspot.com এটা website হয় ৷ 


ইয়াত https://assamesene.blogspot.com/search/label/Computer?&max-results=5  নামেৰে এটা web page আছে ৷



Home Page মানে কি ?



Website এটাৰ main বা first page ক Home Page বুলি কয় ৷



Web Portal কি হয় ?



ই এটা Web page হল , যিয়ে একেলগ কৰে useful information আৰু links সমূহক ৷




WEB BROWSER কি হয় ? 



ই এটা এনেকুৱা Software application হয় যাৰ ব্যৱহাৰ Internet ত content সমূহৰ locate, retrieve আৰু display কৰাৰ বাবেই ব্যৱহাৰ কৰা হয় ৷ যেনে web pages. 



এই Programs সমূহৰ ব্যৱহাৰ কৰা হয় Internet ক explore কৰাৰ বাবে ৷ ই এটা এনেকুৱা interface হয় যিয়ে কম্পিউটাৰ user ক সহায় কৰে Internet ত উপলব্ধ থকা contents সমূহৰ ওপৰত access কৰাৰ বাবে ৷



আমি আমাৰ কম্পিউটাৰত এটাতকৈয়ো অধিক Web Browser install কৰিব পাৰো ৷



Web Server কি হয় ?


ই এটা এনেকুৱা computer programmer হয় যিয়ে serve (সেৱা আগবঢ়াই) কৰে requested HTML pages বা files সমূহক web Client(উপভোক্তা) ৰ লগত ৷


এটা web client আচলতে requesting program হয় ৷ যিয়ে users ৰ লগত জৰিতহৈ থাকে , web browser এটা client হয় যিয়ে request কৰে HTML files web servers ৰ পৰা ৷



প্ৰত্যেক web server যিবোৰ Internet ৰ লগত সংলগ্নহৈ থাকে, সেইবোৰে এটা unique address ৰ দ্বাৰা জডিতহৈ থাকে ৷



WEB ADDRESS আৰু URL কি হয় ?


Web হল documents (web pages)সমূহৰ সংগ্ৰাহক , যাক সংৰক্ষিত কৰা হয় পৃথিৱীৰ সকলোবোৰ কম্পিউটাৰত ৷ আনহাতে প্ৰত্যেক web page ৰে এটা এটা address থাকে , যিয়ে এইটো নিৰ্ধাৰণ কৰে যে কত এই web page টো বিচাৰি পাব পাৰি ৷ এই address বোৰকে Web Address বা domain name বুলিও কয় ৷



এটা Web Address য়ে চিনাক্ত কৰে এটা নিৰ্দিষ্ট web page ৰ location .যেনে https://eduassams.com



DOMAIN NAME কি হয় ?


ই এটা Text name হয় ৷ যি কম্পিউটাৰৰ এটা numeric IP address হয় ৷


Internet Users সকলে website সমূহক access কৰিব পাৰে এই domain name ৰ ব্যৱহাৰৰ দ্বাৰাই ৷ ইয়াৰ দ্বাৰাই কম্পিউটাৰ সমূহ identify আৰু locate কৰিব পাৰি কিয়নো কম্পিউটাৰ সমূহ internet ৰ দ্বাৰা সংলগ্ন হৈ থাকে ৷


Domain name সমূহ সদায় দুটা বা তাতকৈও অধিক ভাগত বিভক্ত থাকে ৷ যাক ভাগ কৰা হয় dots (.) ৰ সহায়ত ৷ 


যেনে:- google.com , yahoo.com, eduassams.com. etc.




E-MAIL ADDRESS কি হয় ?


E-Mail ৰ সম্পূৰ্ণ অৰ্থ হল 'Electronic Mail'. ই এটা Paperless (কাগজবিহীন) পদ্ধতি হয় ৷ ইন্টাৰনেটৰ মাধ্যমেৰে e-mail ৰ ব্যৱহাৰ কৰি  messages , notes , pictures লগতে video আৰু sound files য়ো পঠাব পাৰি ৷ 



এইটো এটা ব্যক্তিগত নাম হয় , যাৰ ব্যৱহাৰ email সমূহ send আৰু receive কৰাৰ বাবে কৰা হয় ৷ ইয়াৰ ব্যৱহাৰ এটা ইমেইল message ৰ source আৰু destination specify কৰা হয় ৷



ইমেইল Address ৰ format টো হল user@domain. বা eduassams@gmail.com



BLOGS কি হয় ? 


এটা blog আচলতে এটা website বা web page হয় ৷ যত প্ৰতিদিনে ব্যক্তিগত article লিখি publish কৰিব পাৰি ৷ 


Blog ৰ contents সমূহ frequently লিখিব পাৰি , আৰু ইয়াক chronological order ত add কৰিব পাৰি ৷ যাৰ দ্বাৰা viewers সমূহক সহজে migrate কৰিব পৰা যায় ৷ ইয়াত online লিখা হয় , যাৰ দ্বাৰা সকলোৱে যাতে চাব পাৰে ৷


এটা typical blog ত text, images, videos, আনহাতে অন্য blogs ৰ বা Websites ৰ links আদিও থাকিব পাৰে ৷ 




শিক্ষাৰ ক্ষেত্ৰত blogs সমূহক instructional resources হিচাপে ব্যৱহাৰ কৰা হয় ৷ এই ধৰনৰ blogs সমূহক edublogs বুলি কোৱা হয় ৷ যত আপুনি যিকোনো niche (category) ৰ blog পঢ়িবলৈ পাৰিব ৷ প্ৰায়ে মানুহে text books ৰ সলনি blogs পঢ়িবলৈ ভাল পাই ৷ Blogs ৰ entries ক posts বুলি কয় ৷




ইন্টাৰনেটক কোনে Control কৰে ?



Internet ক কোনো এটা organization য়ে govern নকৰে ৷ ইয়াত কিছুমান volunteer groups ক বনোৱা হৈছে , যিয়ে সহায় কৰে আৰু coordinate কৰে ইন্টাৰনেটৰ বিকাশৰ ক্ষেত্ৰত ৷ 



এই organization সমূহ হল --



Internet Architecture Board (IAB)


এইটো এটা ইন্টাৰনেট সমাজৰ  Technical advisory groups হয় ৷ যাৰ কাম হল Internet ৰ architecture ৰ oversight প্ৰদান কৰা ৷ আনহাতে ইয়াৰ কাম হল Internet ৰ  protocols আৰু resources সমূহ manage কৰা ৷



Internet Engineering Task Force (IETF)


ইয়ে Internet ৰ Communication Protocols সমূহৰ develop আৰু maintain কৰে ৷



Internet Research Task Force (IRTF)


ইয়াৰ কাম হল Long-term research problems সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা ৷ কিয়নো আহিবলগীয়া সময় সমূহত বহুতো সমস্যাৰ সৃষ্টি হব পাৰে , সেই বিষয় সমূহত গুৰুত্ব প্ৰদান কৰা ৷



Internet Network Information Center (InterNIC)


ইয়ে বহুতো registry service প্ৰদান কৰে , যাৰ সহায়ত ইন্টাৰনেটে effectively operate কৰিব পাৰে ৷



World Wide Web Consortium (W3C)


ই Standards Web ৰ evolution ত সহায় কৰে ৷ 



Internet Connection ৰ প্ৰকাৰ :-



সাধাৰণতে ইন্টাৰনেট Connection ৰ বহু প্ৰকাৰ আছে ৷ কিন্তু ইয়াত আমি তিনিটা মহত্ত্বপূৰ্ণ internet connection ৰ বিষয়ে আলোচনা কৰিম ৷



1/ Dial-up Connection


ই এটা temporary connection হয় ৷ যত আপোনাৰ কম্পিউটাৰ আৰু ISP server ৰ মাজত set-up কৰা হয় ৷ 


Dial-up connection ত telephone line (Public Switched Telephone Network -PSTN)আৰু Modem connect কৰা হয় ৷ এই modem computer ৰ লগত standard phone lines ৰ দ্বাৰা সংলগ্ন কৰা হয় ৷ যিয়ে data transfer ৰ মাধ্যম হিছাপে কাম কৰে ৷



যেতিয়া এজন user য়ে Dial-up connection আৰম্ভণি কৰে বা ব্যৱহাৰ কৰে ,তেতিয়া user য়ে password আৰু user name আদি ভৰাব লাগে ৷ 


তাৰ পিছত ISP connection আৰম্ভ হয় , যত প্ৰায় 10 ছেকেণ্ড সময় লাগে ৷ আনহাতে তাৰ লগতে beeping আৰু buzzing sounds হয় ৷



2/ Broadband Connection 


Broadband ৰ অৰ্থ হল high-speed internet access .যি সদায় ON থাকে আৰু বহুত বেগী হয় পৰম্পৰাগত Dial-up connection ৰ তুলনাত ৷


Broadband connection য়ে telephone line ৰ ব্যৱহাৰ কৰে internet ৰ সৈতে connect হোৱাৰ বাবে ৷ Broadband connection ৰ speed ক Mbps (Megabits per second) হিচাপে হিচাপ (measure) কৰা হয় ৷


Broadband access ৰ সহায়ত users য়ে বহু তিব্ৰ বেগী internet connection পাব পাৰে ৷ Broadband access পাবৰ বাবে আপোনাক broadband modem ৰ প্ৰয়োজন হব ৷


Broadband ত এনেকুৱা বহু প্ৰকাৰৰ high-speed transmission technology অন্তৰ্ভুক্ত হৈ আছে ৷ সেইবোৰ হল -



Digital Subscriber Line (DSL)


এইটো এটা জনপ্ৰিয় Broadband connection হয় ৷ যিয়ে internet access প্ৰদান কৰে digital data ক local telephone network ত transmit কৰি ৷ ই ইন্টাৰনেট access কৰাৰ বাবে copper telephone lines ৰ ব্যৱহাৰ কৰে ৷ 



এটা বিশেষ modem ৰ প্ৰয়োজন হয় এটা DSL Service ক standard phone line ৰ আধাৰত ব্যৱহাৰ কৰাৰ বাবে ৷



Cable Modem


এই Service য়ে সক্ষম কৰে cable operators সমূহক broadband সেৱা প্ৰদান কৰাৰ বাবে ৷ 



3/ Wireless Connection


Wireless broadband য়ে ঘৰ বা ব্যৱসায় সমূহক Internet ৰ লগত সংলগ্ন কৰে Radio link ৰ মাধ্যমত ৷ Wireless broaband হয়তো mobile বা fixed হব পাৰে ৷ DSL আৰু Cable ৰ দৰে ইয়াত Modem আৰু Cables ৰ প্ৰয়োজন নাই ৷ 



Wireless Fidelity (Wi-Fi)


ই এক প্ৰকাৰৰ Universal wireless networking technology হয় ৷ যি radio frequencies ৰ সহায়ত data transfer কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷


Wi-Fi য়ে কোনো ধৰনৰ সমস্যা নোহোৱাকৈ আমাক allow কৰে high-speed Internet connection ৷ ইয়াত কোনো wire বা cable ৰ প্ৰয়োজন নাই ৷


Wi-Fi network ক design কৰা হৈছে private access কাৰণে বা নিজৰ ঘৰ বা ব্যবসায়ৰ বাবে ৷ 


আনহাতে ইয়াৰ ব্যৱহাৰ Public Internet Access ৰ  ৰূপতো ব্যৱহাৰ কৰিব পাৰি ৷ 



যেনে:-  HotSpot . যিয়ে wi-fi access প্ৰদান কৰে resturants , coffee shops, hotels ইত্যাদিত ৷




Worldwide Interoperability for Microwave Access (WiMAX)



বৰ্তমানৰ সময়ত এইটো এটা বহুলভাৱে ব্যৱহাৰ হোৱা broadband wireless technology বুলি মানি লোৱা হয় ৷ 



এই Broadband Wireless Access (BWA) য়ে fixed station ৰ বাবে অতি সহজে প্ৰায় 31 miles (45 km) লৈকে Internet প্ৰদান কৰিব পাৰে ৷ আনহাতে mobile station ৰ বাবে প্ৰায় 5 ৰ পৰা 15 km লৈকে internet প্ৰদান কৰিব পাৰে ৷


এই Connection Types ৰ Advantage আৰু Disadvantage (ভাল দিশ আৰু বেয়া দিশ) 




Dial-up Internet Connection



Advantages


A. ই সহজে উপলব্ধ 

B. ই বহু কম খৰচতে উপলব্ধ

C. ইযাৰ ব্যৱহাৰ Fixed বা cellular phone ত কৰা হয় ৷



Disadvantage

A. ই Broadband ৰ তুলনাত বহু লেহেমীয়া হয় ৷

B. ইয়াত বহু দামী Set-up ৰ প্ৰয়োজন হয় ৷

C. Phone বেছিভাগ সময়তে busy দেখাই থাকে ৷




ইন্টাৰনেটৰ পৰিভাষা কি?



মই আশা কৰিছোঁ যে মই  ইন্টাৰনেটৰ পৰিভাষা কি হয় (what is Internet in Assamese) ইয়াৰ বিষয়ে সম্পূৰ্ণ আলোচনা কৰিলো আৰু আশা কৰো আপোনালোকে ও ইন্টাৰনেটৰ কি হয় ইয়াৰ বিষয়ে বুজি পাইছে ৷ যদি আপোনাৰ মনত এই article টোক লৈ কিবা doubts আছে বা আপুনি যদি  বিচাৰে ইয়াত কিবা শুধৰণিৰ দৰকাৰ আছে তেন্তে ইয়াৰ বাবে আপুনি তলৰ কমেণ্ট বস্কত লিখিব পাৰে ৷ আপোনাৰ এনেকুৱা পৰামৰ্শৰ পৰা ময়ো কিবা শিকিবলৈ পাম আৰু সুধৰণিৰ সুযোগ পাম ৷ 


যদি মোৰ এই post মনিটৰৰ বিষয়ে জ্ঞান অসমীয়াত ভাল লাগিছে বা ইয়াৰ দ্বাৰা আপুনি অলপ শিকিব পাৰিছে তেন্তে  আপোনাৰ প্ৰশংসন্নতা আৰু উৎসুকতা দেখুৱাবৰ বাবে অনুগ্ৰহ কৰি এই post টো Social Networks যেনে Facebook, whatsapps, Twitter ইত্যাদিত share কৰক ৷ 


মোৰ সদায়ে এইটোৱে চেষ্টা যে পাঠক সমাজক যিকোনো প্ৰকাৰৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাবে মোক সুধিব পাৰে ৷



মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ 




ধন্যবাদ

Post a Comment

0 Comments