কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ? | What is Computer in Assamese | Types of Computers with pictures | AssameseNe.blogspot.com


কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?

what is computer in Assamese, types of computers with pictures, computers and their functions, কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?Technology,


আপুনি জানেনে কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ? নিশ্চয় আপোনালোক সকলোৱে  কম্পিউটাৰৰ (Computer) ব্যৱহাৰ কৰিছে ৷ কিয়নো ই আজিকালি অতি সহজে সকলোতে উপলব্ধ,  লাগিলে সি স্কুলতে হওক বা অফিচতে হওক ৷ তাত হয়তো আপোনালোকে  লক্ষ্য কৰিছে যে সকলোবোৰ computer ৰ আকাৰ আৰু তাৰ কাৰ্য় কৰাৰ ক্ষমতা সমান নহয় ৷ 



যত কিছুমান computer ৰ আকাৰ বহু সৰু হয় আৰু কিছুমান computer ৰ আকাৰ বহু ডাঙৰ হয় ৷ কিছুমান কম্পিউটাৰে আকৌ বহু বেগেৰে কাম কৰে আৰু কিছুমান কম্পিউটাৰৰ কাৰ্য কৰাৰ বেগ বহু কম ৷ এতিয়া প্ৰশ্ন হয় যে সকলোবোৰ কম্পিউটাৰ একে হয়নে, নে বেলেগ বেলেগ ৷



এই প্ৰশ্নৰ উত্তৰ দিবৰ বাবেই আজিৰ এই article কম্পিউটাৰৰ বিভিন্ন প্ৰকাৰ বিষয়ে মই আজি আপোনালোকক বাৰ্তা প্ৰদান কৰিম বুলি ভাবিছো ৷ 



এই article ত আমি আজি computer ৰ লগত জড়িত সকলো প্ৰকাৰৰ বিষয় সম্বন্ধে জানিম আৰু লগতে এইটোও জানিম যে ইয়াৰ কাৰ্য প্ৰণালী, উদেশ্য আৰু আকাৰ হিচাপে কেনেকৈ ভাগ কৰা হয় ৷ আশা কৰো যে এই article টো শেষ নোহোৱালৈকে আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ নিশ্চিত ভাবে লাভ কৰিব ৷




তেতিয়া হলে বলক পলম নকৰি আহক আৰম্ভ কৰো পাৰ্চনেল কম্পিউটাৰৰ (personal computer) প্ৰকাৰৰ বিষয়ে ৷



কম্পিউটাৰ কি হয় ? 



কম্পিউটাৰ এনেকুৱা এটা মেচিন (machine) হয় যাক এনে ধৰণেৰে program কৰা হৈছে , যাৰ বাবেই ই বহুতো কাম আমাৰ বাবে কৰিব পাৰে ৷ ই আমাৰ নিৰ্দেশ (commands) সমূহ input হিচাপে লয় আৰু তাক process কৰে , আৰু  শেষত আমাৰ ‌results output হিচাপে প্ৰদান কৰে । 



ইয়াৰ কিছুমান মহত্ব পূৰ্ণ বৈশিষ্ট্য আছে । যেনে ধৰক - 

  1.  ই respond  কৰে আৰু এক নিৰ্দিষ্ট set of instructions ক তাকো (শুদ্ধ ৰূপে) well-defined manner  ত । 
  2. ই কাৰ্য সম্পন্ন (execute ) কৰে এটা‌ pre-recorded list of instructions ক‌ । (যাক program বুলি কোৱা হয় )
  3.  ই‌ বহু পৰিমাণৰ ডাটা সংৰক্ষণ (store) আৰু  পুনৰ উদ্ধাৰ ( retrieve) কৰিবলৈ সক্ষম ‌হয় ।



ইয়াৰ উপৰিও কম্পিউটাৰে বহুতো জটিল আৰু বাৰে বাৰে কৰা কামক (repetitive procedures) তৎকালীন ভাবে, সঠিককৈ আৰু বিশ্বাসযোগ্যকৈ সম্পন্ন কৰাত সক্ষম হয় ।



আধুনিক computer ৰ কথা কও যদি তেন্তে ই ইলেক্ট্ৰনিক আৰু ডিজিটেল (digital) হয় ৷ ইয়াত যি actual machinery বা আহিলা- পাতি  (wires, transistors আৰু circuits ) থাকে তাক হাৰ্ডৱেৰ (hardware) বুলি জনা যায় ৷ আানহাতে instructions আৰু data ক ছফ্টৱেৰ (software) বুলি জনা যায় ৷ 



সকলো general-purpose computers বা সাধাৰণ কামৰ বাবে ব্যৱহাৰ কৰা কম্পিউটাৰত তলত উল্লেখ কৰা hardware components (আহিলা- পাতি) বোৰ থাকে ৷ 



1. Central processing unit (CPU) : ইয়াক কম্পিউটাৰৰ heart বুলিও কব পাৰি ৷ ই এটা এনেকুৱা আহিলা (component) যিয়ে instructions (আদেশ) বোৰক execute (কাৰ্যকৰী) কৰে ৷ ইয়াক এনেকৈ organized বা গঠন কৰা হয় যাতে ই programs ("software'') আৰু কম্পিউটাৰক নিৰ্দেশনা কৰে যে কি কৰিব লাগিব ৷ 


2. Memory (fast, expensive, short-term memory) : ই কম্পিউটাৰক সক্ৰিয় কৰে ডাটা সমূহ জমা (store) কৰাৰ বাবে ৷ 


3. Input Device : এই input device ৰ কাম হল ডাটা আৰু instructions (নিৰ্দেশ) সমূহ কম্পিউটাৰত সোমোৱাৰ (enter) বাবে ৷ ইয়াৰ ভিতৰত কী-বৰ্ড আৰু মাউচ প্ৰধান ৷ 


4. Output Device: users বা আমাক final results দেখুৱাবৰ বাবে output device ৰ ব্যৱহাৰ কৰা হয় ৷ যেনে display screen, printer ইত্যাদি ৷ 


5. Mass Storage Device (slower, cheaper, long -term memory) : ইয়ে কম্পিউটাৰ এটাক allow কৰে চিৰস্থায়ী হিছাপে বহু পৰিমাণৰ ডাটা আৰু programs ক সংৰক্ষিত কৰি ৰাখিবৰ বাবেই ৷ ইয়াৰ ভিতৰত আমি disk drive আৰু tape drive  ৰ কথা উল্লেখ কৰিব পাৰো ৷ 





কম্পিউটাৰৰ প্ৰকাৰ -Types of Computer in Assamese



আপোনালোক সকলোৱে হয়তো কম্পিউটাৰৰ প্ৰকাৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিব ৷ সাধাৰণতে কম্পিউটাৰৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে ৷ কিন্তু সেইবোৰৰ বিষয়ে সহজে বুজি পাবৰ বাবে বেলেগ বেলেগ categories ত ভাগ কৰা হয় ৷ যাৰ বাবেই যিকোনো মানুহৰ বাবে অতি সহজে বুজি পোৱাত সুবিধা হব ৷ 




কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?



মুখ্য ৰূপত ইয়াক তিনিটা বেলেগ বেলেগ আধাৰত ভাগ কৰা হয় ৷ 

1. কাৰ্য প্ৰণালীৰ আধাৰত
2. উদ্দেশ্যৰ আধাৰত
3. আকাৰৰ আধাৰত 



কাৰ্য প্ৰণালীৰ আধাৰত কম্পিউটাৰৰ প্ৰকাৰ


কাৰ্য প্ৰণালীৰ আধাৰত ইয়াক Analog, Digital, আৰু Hybrid এই তিনিটা ভাগত  বৰ্গীকৰণ কৰা হয় ৷ ইয়াৰ বিষয়ে আমি এটা এটাকৈ আলোচনা কৰিম ৷



1. Analog Computers

what is computer in Assamese, types of computers with pictures, computers and their functions, কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?Technology,



Analog Computer  বুলি সেইবোৰ কম্পিউটাৰক কোৱা হয় যিয়ে analog signal ৰ ব্যৱহাৰ কৰে তথ্যসমূহ আমাক দেখুৱাবলৈ ৷


Analog computer  ৰ ব্যৱহাৰ  analog ডাটা সমূহক process কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ 


এই Analog  ডাটা  continuous স্বভাৱৰ হয়, যি  discrete বা separate নহয় ৷ 


ইয়াত information সমূহ যিবোৰ continuous form ত থাকে তাক curves ৰ আকাৰত display কৰা হয় ৷ ইয়াৰ ব্যৱহাৰ continuous physical quantity যেনে current flow, temperature, blood pressure, heart beats আদি জুখিবৰ বাবে ব্যৱহাৰ কৰা হয় ৷ 


quantities continuous হয় আৰু ইয়াত এটা  infinite variety  ৰ  values পোৱা যায় ৷ 


ই  continuous changes  সমূহ measure (জোখ) কৰে physical quantity ত ৷ যেনে Speedometer ৰ ব্যৱহাৰ চাৰিচকীয়া বাহনৰ speed measure কৰাৰ বাবে , Thermometer ৰ ব্যৱহাৰ temperaturechange সমূহৰ measure কৰাৰ বাবে আৰু Weighing Machine (ওজন জোখা মেচিন )ৰ ব্যৱহাৰ weight measure কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷



ই কম্পিউটাৰ সমূহ সেই পৰিস্থিতিৰ বাবে খাপ খোৱা, যত ডাটা সমূহ প্ৰত্যক্ষ ভাবে accept (গ্ৰহন)কৰা হয় ,তাকো measuring instruments ৰ দ্বাৰা আৰু যত কোনো ধৰণৰ conversion ৰ প্ৰয়োজন নহয় numbers বা codes ৰ ৰূপত ৷ 



Analog computers য়ে হল প্ৰথম কম্পিউটাৰ যাক এতিয়া develop কৰা হৈছে, আৰু ইয়াক  modern digital computers ৰ বিকাশৰ আধাৰ হিছাপে মানি লোৱা হয় ৷ 


Analog ComputersApplication কি ? 


সচৰাচৰ analog কম্পিউটাৰৰ বেছিভাগ ব্যৱহাৰ specialized engineering আৰু scientific applications ত ব্যৱহাৰ কৰা হয় ৷ সেইয়ো calculation আৰু analog quantities measure কৰাৰ বাবে ৷ 


ইয়াৰ ব্যৱহাৰ process control কৰাৰ বাবেও কৰা হয় ৷ যেনে oil refinery (তৈল খনি) ত৷ যত flow আৰু temperature measurement কৰাত মহত্ত্বপূৰ্ণ কাম কৰে ৷ 


Analog কম্পিউটাৰত কোনো ধৰণৰ storage capability ৰ প্ৰয়োজনীয়তা নাই ৷ কিয়নো কোনো এটা একক কাম কৰাৰ বাবেহে measure আৰু quantities ক তুলনা (compare) কৰা হয় ৷ 


Analog কম্পিউটাৰৰ যিটো output from সেইটো প্ৰায়ে reading ৰ ৰূপত পোৱা যায় ৷ যেনে series of dial (গাড়ীৰ speedometer ত) বা এটা graph ৰ ৰূপত ৷ 


2. Digital Computers

what is computer in Assamese, types of computers with pictures, computers and their functions, কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?Technology,


এটা Digital কম্পিউটাৰ, যাৰ নামৰ দ্বাৰাই গম পাই যে ই digits ৰ সৈতে কাম কৰে ৷ যেনে ই represent (প্ৰতিনিধিত্ব) কৰে numerals, letters বা অন্য special symbols


Inputs ৰ আধাৰত digital কম্পিউটাৰে operate কৰে, যি  ON-OFF type ৰ হয়, আৰু ইয়াৰ output  ও  ON-OF form তে হয় ৷ সাধাৰণতে ON represent কৰা হয় 1 ৰ লগত আৰু OFF  ক  represent কৰা হয়  0  ৰ লগত । 


তেন্তে ইযাত আমি কব পাৰো যে Digital কম্পিউটাৰে information সমূহক process কৰে electrical signal  ৰ উপস্থিতিত বা অনুপস্থিতিৰ আধাৰত বা  binary 1 বা 0 ত ৷ 


এটা digital কম্পিউটাৰৰ ব্যৱহাৰ numeric ৰ লগতে non-numeric ডাটা সমূহক process কৰাৰ বাবে কৰা হয় ৷ ই বহুতো arithmetic operations ও  সফলতাৰে কৰিব পাৰে ৷ যেনে addition, subtraction, multiplication , division আৰু লগতে logical operations বোৰো ৷ 


প্ৰায়ভাগ কম্পিউটাৰ যিবিলাক এতিয়াৰ সময়ত উপলব্ধ, সেই সকলোবোৰ কম্পিউটাৰে digital কম্পিউটাৰ হয় ৷  Digital কম্পিউটাৰৰ সাধাৰণ উদাহৰণ হল accounting machines (গননা কৰা মেচিন) আৰু কেলকুলেটৰ ৷ 


যদি আমি ফলাফলৰ (results) কথা কও তেনেহলে digital কম্পিউটাৰে সঠিক ফলাফল (result) প্ৰদান কৰে analog কম্পিউটাৰৰ তুলনাত ৷ 



Analog কম্পিউটাৰত memory নাথাকে আনহাতে digital কম্পিউটাৰত থাকে ৷ Digital কম্পিউটাৰত information বোৰ store কৰাৰ বাবে memory থাকে ৷ মুঠতে আমি কব পাৰো যে digital কম্পিউটাৰে count (গননা) কৰাৰ বাবে আনহাতে analog কম্পিউটাৰ measure কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ 



Digital কম্পিউটাৰে information সমূহ display কৰে text, graphics আৰু pictures  ৰ ৰূপত ৷ 



3. Hybrid Computers


what is computer in Assamese, types of computers with pictures, computers and their functions, কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?Technology,


এটা hybrid কম্পিউটাৰ দৰাচলতে digital কম্পিউটাৰ আৰু analog কম্পিউটাৰৰ সংমিশ্ৰিত ৰূপ ৷ hybrid কম্পিউটাৰ দুয়োটা কম্পিউটাৰৰ best features সমূহক একেলগে লগ লগাই  বনোৱা হৈছে ৷ যত আছে analog কম্পিউটাৰৰ speed আৰু digital কম্পিউটাৰৰ memory আৰু accuracy (শুদ্ধতা) ৷



Hybrid কম্পিউটাৰৰ ব্যৱহাৰ সকলো specialized applications ত কৰা হয় যত  দুয়ো প্ৰকাৰৰ ডাটা process কৰাৰ প্ৰয়োজন হয় ৷ ইয়াৰ দ্বাৰা user ক দুয়ো প্ৰকাৰৰ ডাটা (continuous আৰু discrete) process কৰাত  সহায় কৰে ৷ 



উদাহৰণ স্বৰূপে আমি এটা petrol pump ৰ কথা লব পাৰো, যত petrol pump ত এটা processor থাকে ৷ Processorconvert (ৰূপান্তৰ) কৰে fuel flow measurement ক  quantity (পৰিমাণ) আৰু price values (দাম) লৈ ৷



আনহাতে হস্পিতালত Intensive Care Unit (ICU) ত এটা analog device ৰ ব্যৱহাৰ হয় ৰোগীৰ blood pressure আৰু temperature জুখিবৰ বাবে, ইয়াৰ পিছত convert আৰু display কৰা হয় digit ৰ ৰূপত ৷ 


Hybrid কম্পিউটাৰৰ ব্যৱহাৰ scientific calculators তো ব্যৱহাৰ কৰা হয়, আনহাতে defense (নিৰাপত্তাৰক্ষী) আৰু radar system তো ব্যৱহাৰ হয় ৷ 



ই এটা এনেকুৱা কম্পিউটাৰ যিয়ে binary ৰ লগতে analog single সমূহো বুজি পোৱাত সক্ষম হয় ৷ সেইবাবেই ইয়াৰ speed (কাম কৰাৰ গতি) analog কম্পিউটাৰতকৈ বেছি নহয়, আনহাতে digital কম্পিউটাৰতকৈ বহু বেছি হয় ৷ 



উদ্দেশ্যৰ আধাৰত কম্পিউটাৰৰ প্ৰকাৰ (Based on Purpose)



কম্পিউটাৰক উদ্দেশ্যৰ আধাৰত ২ টা ভাগত ভাগ কৰা হয় ৷ যেনে Special purpose আৰু General purpose .



1. General Purpose Computers



এতিয়াৰ সময়ত যিবোৰ কম্পিউটাৰ বহুলভাৱে ব্যৱহাৰ কৰা হয় তাক General purpose কম্পিউটাৰ বুলি কোৱা হয় ৷ ইয়াক  বনোৱা হৈছে বহু প্ৰকাৰৰ processing jobs সমূহ কৰাৰ বাবে ৷ 



আপুনি কেৱল মাত্ৰ এটা  General purpose কম্পিউটাৰ আৰু কিছুমান বেলেগে বেলেগ software ব্যৱহাৰ কৰিয়েই বহু ধৰণৰ tasks সম্পূৰ্ণ কৰিব পাৰে ৷ যত আপুনি writing, editing , data basefact সমূহক manipulate কৰা বা প্ৰতিষ্ঠান (organization) এটাৰ security system এটা  তত্ত্বাৱধান কৰাৰ বাবে, এনেকুৱা বহু ধৰণৰ কামত ইয়াৰ ব্যৱহাৰ কৰা হয় ৷ 



এই General Purpose কম্পিউটাৰ সমূহে বিভিন্ন প্ৰকাৰৰ operations সমূহ এইবাবেই কৰিব পাৰে, কিয়নো ই অতি সহজে programs সমূহক store আৰু execute কৰিব পাৰে তাৰ ভিতৰত থকা internal storage (আভ্যন্তৰীণ মেমৰীত) ত ৷ 



2. Special Purpose কম্পিউটাৰ



যাৰ নামটোৰে গম পাই যে Special-Purpose কম্পিউটাৰক design কৰা হৈছে কোনো specific (বিশেষ) প্ৰকাৰৰ tasks সম্পূৰ্ণ  কৰাৰ বাবেই ৷ বেছিভাগ সময়ত ইয়াক ব্যৱহাৰ কৰা হয় particular problem (নিৰ্দিষ্ট সমস্যা) সমধান কৰাৰ বাবে ৷ সেয়ে ইয়াক dedicated কম্পিউটাৰ বুলিও কোৱা হয় ৷ কিয়নো ইয়াক এটা single task ক বাৰ বাৰ কৰাৰ বাবে বনোৱা হৈছে ৷ 



এনেকুৱা কম্পিউটাৰ system ৰ ব্যৱহাৰ graphic intensive Video Games, traffic lights control system, navigational system এটা aircraft ৰ , weather forecasting, satellite launch বা tracking, oil exploration, আৰু automotive industries , সময় লক্ষ্য কৰাৰ বাবে digital watch বা Robotic helicopter ত প্ৰধানকৈ ব্যৱহাৰ কৰা হয় ৷ 



এই special purpose কম্পিউটাৰত আপুনি বহু ধৰণৰ একে বৈশিষ্ট্য দেখিবলৈ পাব যিবোৰ এটা general purpose কম্পিউটাৰত থাকে ৷ মাত্ৰ special purpose কম্পিউটাৰত special functions সমূহক বেছি গুৰুত্ব প্ৰদান কৰা হৈছে ৷ 



সেই instruction (নিৰ্দেশ) সমূহ যাৰ দ্বাৰা এই কম্পিউটাৰ সমূহক control কৰা হয় , সেইবোৰ প্ৰত্যক্ষভাবে কম্পিউটাৰত লগোৱা হৈছে ৷ যাৰ বাবেই ই বেছি কাৰ্যকৰী হৈ পৰে আৰু বহুত বেছিকৈ effective operations সমূহ কৰাত সক্ষম হয় ৷ 



ইয়াৰ এটা ডাঙৰ drawback (বেয়া গুণ) আছে , সেইটো হল  ইয়াৰ versatility নোহোৱাৰ দৰেই ৷ তাৰমানে হল ইয়াক অন্য কোনো কামৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি ৷




কাৰৰ আধাৰত কম্পিউটাৰৰ প্ৰকাৰ (Based on size)



কম্পিউটাৰক আকাৰৰ আধাৰত আমি তলত উল্লেখকৰা শ্ৰেণীত সমূহত ভাগ কৰিব পাৰো ৷ যাৰ বিষয়ে আপোনালোকে আগৰ article ত পঢ়িব পাব ৷ 



1. ছুপাৰ কম্পিউটাৰ (Super  Computer)


what is computer in Assamese, types of computers with pictures, computers and their functions, কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে ?Technology,


এই কম্পিউটাৰসমূহ multi-user, multiprocessor large কম্পিউটাৰ হয় ৷ যাৰ বহুত বেছি দক্ষতা (efficiency)  আৰু লগতে storing capacity থাকে ৷ 



এই ছুপাৰ কম্পিউটাৰে  বহুত বেছি  কঠিনতকৈ কঠিন আৰু জটিল সমস্যা সমূহ সমধান কৰিব পৰা ক্ষমতা ৰাখে , তাকো nano seconds (seconds ৰ ও কম)  ৰ ভিতৰতে ৷ 


Super Computers সকলোতকৈ fastest (বেগী) আৰু সকলোতকৈ বেছি দামী হয় ৷ এই কম্পিউটাৰৰ ব্যৱহাৰ complex science আৰু engineering problems সমূহ সমধান কৰাৰ বাবে কৰা হয় ৷ 




Super কম্পিউটাৰত parallel processing ৰ ব্যৱহাৰ কৰা হয় , যাৰ বাবে ইয়াৰ processing সকলোতকৈ বেছি হয় , যাৰ দ্বাৰা বহুত CPUs ক একেলগে একেসময়তে ব্যৱহাৰ কৰা হয় ৷ এটা typical ছুপাৰকম্পিউটাৰে এক ছেকেণ্ডত প্ৰায় ten trillion individual calculations কৰে ৷



Super Computer Application কি ? 




1. ইয়াৰ ব্যৱহাৰ Weather আৰু global climates ৰ অনুমান (forecast) কৰাৰ বাবে কৰা হয় ৷ 

2. ইয়াৰ ব্যৱহাৰ military research আৰু defense system ত কৰা হয় ৷

3. ইয়াৰ  ব্যৱহাৰ  automobile, aircraft আৰু spacecraft design কৰাৰ বাবে কৰা হয় ৷ 

4. Sensitive intelligence information সমূহক encrypting আৰু decoding কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ 

5. ইয়াৰ ব্যৱহাৰ seismography, plasma আৰু nuclear research  ত  কৰা হয় ৷

6. DNA structure আৰু gene engineering অধ্যয়ন কৰাৰ বাবে ৷ 



C-DAC (Center for Development of Advance Computer) এ ভাৰতবৰ্ষত PARAM series ৰ ছুপাৰকম্পিউটাৰক বনাইছিল / Develop কৰিছিল ৷



ANURAG হল ভাৰতৰ অন্য এটা ছুপাৰকম্পিউটাৰ ৷ Mr. Seymour Cray হল সেইজন ব্যক্তি, যিয়ে বিশ্বৰ প্ৰথমটো ছুপাৰকম্পিউটাৰ develop কৰিছিল ১৯৭৬ চনত ৷ যাৰ নাম আছিল Cray-1 .




 2 . Main Frame Computer


Mainframe ( মানে হল "big iron") কম্পিউটাৰ দেখিবলৈ বহুত ডাঙৰ লো' ৰে  নিৰ্মিত অট্টালিকাৰ দৰে হয় ৷ ই বহু ক্ষেত্ৰত দেখিবলৈ super computer ৰ দৰে ৷ দুয়োটাৰ মাজত থকা প্ৰধান পাৰ্থক্য হল - super কম্পিউটাৰে নিজৰ সকলো raw power ৰ ব্যৱহাৰ কৰে মাত্ৰ কেইটামান tasks সম্পূৰ্ণ কৰাৰ বাবে, আনহাতে এটা main frame কম্পিউটাৰৰ ব্যৱহাৰ বহু ধৰণৰ কাম একেলগে কৰাৰ বাবে কৰা হয় ৷


Mainframe কম্পিউটাৰ এনেকুৱা প্ৰকৃতিৰ হোৱাৰ বাবে প্ৰায়ে ইয়াক ডাঙৰ ডাঙৰ organizationsbulk data processing ৰ বাবে ব্যৱহাৰ কৰা হয় ৷ যেনে census , industry আৰু consumer statistics, enterprise resource planning আৰু transaction processing ত ৷ 



ই বহুত বেছি শক্তিশালী multi user computer হোৱাৰ কাৰণে ইয়াক ডাঙৰ business organizations ত , examination departmentexaminations ৰ কাৰণে , industries আৰু  defence  ত   বহুত জটিল ডাটা সমূহ process কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ ই অতি সহজে বহুতো request সোনকালেই process কৰিব পাৰে ৷ আনহাতে ইয়াক বহুতো CPU ৰ  data processing process কৰাৰ বাবে ও ব্যৱহাৰ কৰা হয় ৷



প্ৰায় ১০০ জন উপভোক্তাতকৈয়ো (users) বেছি users য়ে একে সময়তে  mainframe কম্পিউটাৰৰ ব্যৱহাৰ কৰিব পাৰে ৷ কিয়নো ই time sharing mode ৰ আধাৰত কাম কৰে ৷ ইয়াৰ world length হল 48 bits ৰ পৰা 64 bits লৈ ৷



IBM এ সকলোতকৈ প্ৰথম Mainframe কম্পিউটাৰ বনাইছিল ৷ নাম আছিল System/360, 1964 চনত ৷ 



Mainframe কম্পিউটাৰৰ  Applications হল :--


i. Government আৰু civilian

ii. Credit card processing  কৰাৰ বাবে

iii. বেংকত

iv. Marketing  ত

v. Business data processing কৰাৰ বাবেই ডাঙৰ অনুষ্ঠানত

vi. Air traffic control system

vii. Industrial design কৰাৰ বাবে




3. Mini কম্পিউটাৰ


Mini কম্পিউটাৰ ডাঙৰ আৰু বেছি শক্তিশালী হয় বেছিভাগ microcomputers ৰ তুলনাত ৷ আনহাতে mainframe কম্পিউটাৰৰ তুলনাত সৰু আৰু কম শক্তিশালী হয় এই Mini কম্পিউটাৰবোৰ ৷ 


এইটোও এটা multi-user কম্পিউটাৰ হয় ৷ যিয়ে একেলগে বহু মানুহৰ কাম কৰিব পাৰে ৷ ই micro কম্পিউটাৰৰ তুলনাত বহু দামী হয় ৷ ইয়াৰ ব্যৱহাৰ হয়  বিশ্ববিদ্যালয়, ডাঙৰ ব্যবসায় প্ৰতিষ্ঠানত complex data সমূহ process কৰাৰ বাবেই ৷ 


লগতে ইয়াৰ ব্যৱহাৰ scientific research, instrumentation system, engineering analysis, industrial process monitoring  ইত্যাদিত হয় ৷



Mini কম্পিউটাৰৰ উদাহৰণ হল :- PDP-11, VAX



4. Micro কম্পিউটাৰ


Micro
কম্পিউটাৰক আমি personal computer বুলিও কও ৷ কিয়নো ইয়াক এনেদৰেই design কৰা হৈছে যে এজন  user  এ যাতে একেসময়তে কাম কৰিব পাৰে ৷



ব্যৱহাৰৰ বাবে ই এটা অতি সাধাৰণ কম্পিউটাৰ ৷



Desktop কম্পিউটাৰক আমি লৈ ফুৰিবলৈ নোৱাৰো ৷ ইয়াক এনেকৈ design কৰা হৈছে যে আমি ইয়াক এটা ঠাইৰ পৰা অন্য এটা ঠাইলৈ নিব পাৰিম কিন্তু বহুত কম আৰু যত সঠিক Power supply থাকে ৷ সেয়ে ই এটা fixed কম্পিউটাৰ ৷ 


1976 চনত প্ৰথমটো personal কম্পিউটাৰ - Apple-1 বনোৱা হৈছিল ৷ ইয়াক Apple কম্পিউটাৰে design কৰিছিল ৷ 1981 চনত IBM য়ে IBM 5150 PC নিৰ্মাণ কৰিছিল ৷



এতিয়া যিবোৰ কম্পিউটাৰ প্ৰায়ে আমি ব্যৱহাৰ কৰো , এই সকলোবোৰ micro কম্পিউটাৰ হয় ৷ ইয়াক Home PC বা Personal কম্পিউটাৰ (PC) বুলিও কওঁ ৷ কিয়নো ই এজন user (উপভোক্তা)ৰ দ্বাৰা ব্যৱহাৰ কৰা হয় ৷  এই কম্পিউটাৰে support কৰে  বহু প্ৰকাৰৰ higher level language , multimedia, graphics, 3D graphics আৰু games . 



আকাৰত সৰু আৰু কম দামৰ হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু ব্যবসায়ৰ লগত জড়িত ব্যক্তি সকলৰ মাজত ই বেছি জনপ্ৰিয় ৷ আনহাতে ইয়াৰ  maintenance  cost  কম আৰু ইয়াক operate কৰাতো অতি সহজ ৷ 



এই micro কম্পিউটাৰৰ বাবেই ইন্টাৰনেটৰ বহু কম সময়তৰ ভিতৰতে অধিক জনপ্ৰিয় হৈ পৰিছে ৷



5. Laptop কম্পিউটাৰ


এই laptop কম্পিউটাৰ আকাৰত বহু সৰু , portable (লগত লৈ ফুৰিব পৰা), কম power consuming  হয় , আৰু লগতেই আধুনিক পদ্ধতিৰে তৈয়াৰ কৰা হৈছে ৷ ইয়াক আমি আধুনিক PC  বুলিও কব পাৰো ৷


Desktop কম্পিউটাৰৰ ব্যৱহাৰ কঠিন কাম সমূহ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়, আনহাতে laptop কম্পিউটাৰৰ ব্যৱহাৰ অলপ কম কঠিন কাম সমূহ সম্পন্ন কৰাৰ বাবে কৰা হয় ৷



এই কম্পিউটাৰ সম্পূৰ্ণৰূপে battery ৰ দ্বাৰা operate কৰা হয় ৷ আনহাতে ইয়াৰ storage capacity এটা desktop কম্পিউটাৰৰ তুলনাত কম হয় ৷ কিন্তু ইয়াক যিকোনো সময়তে যিকোনো ঠাইলৈ লৈ যাব পাৰি আৰু ব্যৱহাৰ কৰিব পাৰি ৷ 



Laptop কম্পিউটাৰৰ কথাটো প্ৰথমে Alan Kay য়ে ভাবিছিল ৷ তেওঁ সেইসময়ত Xerox Palo Alto Research Center কাম কৰি আছিল ৷ 1970 চনত তেও সেইটোৰ নাম দিছিল notebook . কিন্তু সকলোতকৈ প্ৰথম Laptopdesign কৰা হৈছিল 1979 চনত William Moggridge  ৰ  দ্বাৰা ৷ তেও কাম কৰিছিল Grid System Crops ত ৷



আনহাতে 1983 চনত Gavilan য়ে এটা laptop কম্পিউটাৰ বনাই উলিয়াইছিল , যত 64 kilobytes (kb) memory আছিল ৷ আনহাতে তাত MS - DOS operating system , touch pad mouse , portable printer ও আছিল ৷ সেই Laptop টোৰ ওজন আছিল 9Ib (Ib হল Pounds ৰ সংক্ষিপ্ত ৰূপ)  ৰ আশে পাশে ৷



6. Plamtop কম্পিউটাৰ


যেতিয়া সকলোৱে কম্পিউটাৰৰ বিষয়ে লাহে লাহে গম পালে তেতিয়া সকলোৱে কম্পিউটাৰৰ ব্যৱহাৰ বেছিকৈ  কৰিবলৈ ললে ৷ যাৰ বাবেই বিজ্ঞানীসকলে এনেকুৱা নতুন নতুন কম্পিউটাৰৰ আবিষ্কাৰ কৰিব লগা হল যিযে মানুহৰ প্ৰয়োজনীয়তা সমূহ অতি সহজে পূৰণ কৰিব পাৰে ৷ 



সেইবাবেই Plamtop কম্পিউটাৰ তৈয়াৰ কৰি উলিয়ালে ৷ ইয়াৰ সহায়ত ইয়াক অতি পিছপৰা অঞ্চলতো ব্যৱহাৰ কৰিব পৰা যাই, যত বিদ্যুতৰ সুবিধা নাই ৷ 



ইয়াৰ বেছিভাগ ব্যৱহাৰ উচ্চ পদস্থ বিষয়া , সামাজিক কৰ্মী , researcher আদিয়ে কৰে , যিবিলাকে এনেকুৱা remote rural অঞ্চলত কাম কৰে ৷ যত desktop ৰ বাবে আপোনাক এখন টেবুলৰ প্ৰয়োজন , laptop ৰ বাবে আপোনাৰ lap বা কোলাৰ প্ৰয়োজন , তাতেই Plamtop ক আপুনি আপোনাৰ হাতৰ তলুৱাত ৰাখিয়েই ব্যৱহাৰ কৰিব পাৰে ৷ 




সামৰণি


মই আশা কৰিছো যে মোৰ এই লিখনিটো  কম্পিউটাৰৰ প্ৰকাৰ (Types of Computer in Assamese) পঢ়ি নিশ্চয় ভাল পাইছে ৷ মোৰ সদায়ে এইটোৱে চেষ্টা যে পঢ়ুৱৈ সকলক কম্পিউটাৰ কিমান প্ৰকাৰৰ আছে এই বিষয়ে সম্পূৰ্ণ জ্ঞান প্ৰদান কৰা যাওঁক ৷ যাৰ বাবেই আপোনালোকে কোনো অন্য sites বা Internet ত এই article ৰ সন্দৰ্ভে বিচাৰিব নালাগে ৷ ইয়াৰ দ্বাৰা আপোনালোকৰ সময়ো ৰাহি হব আৰু সকলোবোৰ তথ্য- পাতি ইয়াতে পাব ৷


যদি এই লিখনিটোৰ ওপৰত আপোনাৰ কিবা doubts আছে বা যদি আপুনি বিচাৰে ইয়াত কিবা সুধৰণিৰ প্ৰযোজন, তেন্তে আপুনি তলত থকা কমেণ্ট বক্সত লিখিব পাৰে ৷



যদি আপুনি এই post টো “কম্পিউটাৰৰ ভাগ কিমান প্ৰকাৰৰ আছে ” পঢ়ি ভাল পাইছে বা কিবা শিকিবলৈ পাইছে , তেন্তে অনুগ্ৰহ কৰি এই পোষ্টটো Social Networks যেনে Facebook , Google+ আদিত share কৰি দিয়ক ৷



ধন্যবাদ

Post a Comment

0 Comments