আমাৰ বিষয়ে

আপোনালোক সকলোকে স্বাগতম জনাইছো  AssameseNe.blogspot.com  লৈ ৷ এই ৱেবছাইটৰ লক্ষ্যই হল সকলোকে Technology  আৰু  অন্যান্য  বিষয়ৰ লগত জড়িত কৰোৱা ৷

যেতিয়া মই নতুন  Blog  বনোৱাৰ কথা ভাবিলো, তেতিয়া গম পালো যে Technology  আৰু  অন্যান্য  বিষয়ৰ লগত জড়িত তথ্য সমূহ ইংৰাজী ভাষাতহে উপলব্ধ আছে ৷ সেইবাবেই আমাৰ ছাত্ৰ-ছাত্ৰী সকলক এইবোৰৰ সম্বন্ধে আতিগুৰি বুজাবলৈ নানান সমস্যাৰ সন্মুখীন হব লগা হয় ৷ সেইবাবে মই এনেকুৱা এটা কৰিব বিচাৰিছো , যাৰ দ্বাৰা এই কঠিনতা খিনি দূৰ কৰিব পাৰি ৷ অন্যহাতে  Technology  ৰ  নতুন নতুন উদ্ভাৱন আদিৰ বিষয়ে জ্ঞান আহৰন কৰি মই খুব ভাল পাও লগতে আনকো ইয়াৰ বিষয়ে অবগত কৰি খুব সুখী অনুভৱ কৰো ৷ সেইবাবেই মই এটা শুদ্ধ অসমীয়া ব্লগ  (Pure Assamese Blog) আৰম্ভ কৰাৰ কথা ভাবিলো ৷ আৰু ঠিক সেইদৰেই AssameseNe.blogsopt.com  ৰ  জন্ম হল ৷



আৰম্ভনিৰে পৰা AssameseNe.blogspot.com ত মই বিচাৰিছিলো যে প্ৰায় সকলোবোৰ technical বিষয়বোৰ কেনেকৈ সৰল, সহজলব্ধ আৰু বিনামূলীয়াকৈ উপস্থাপন কৰা যাই; যাতে যিকোনো সাধাৰণ মানুহে সহজে বুজি পায় ৷ আনহাতে technical বিষয়বোৰৰ বাহিৰেও অন্যান্য কিছুমান বিষয়ৰ ওপৰতো মোৰ লিখিবলৈ মন মেলিলে ৷ সেয়েহে ইয়াত আপুনি technology ৰ বিষয়ৰ লগতে অন্যান্য কিছুমান বেলেগ বেলেগ categoriesarticle ইয়াত পঢিবলৈ পাব ৷

এইটো ৱেবছাইটৰ মাধ্যমত technology ৰ পৃথিৱীত দৈনন্দিন ঘটি থকা সকলোবোৰ বিষয়ৰ লগত সকলোকে পৰিচয় কৰাই দিম, যিবোৰ কথা আজিৰ technology ৰ পৃথিৱীত জনাতো দৰকাৰ ৷


যদিহে আপুনিয়ো technology প্ৰেমী হয় আৰু সদায় নিজকে আপডেট ৰাখিব বিচাৰে technology ৰ পৃথিৱীত ঘটি থকা পৰিবৰ্তনৰ লগত তেন্তে এই ৱেবছাইটৰ দ্বাৰা আপুনি নিশ্চয়কৈ উপকৃত হব ৷


AssameseNe.blogspot.com  ৱেবছাইটৰ গুৰুত্বপূৰ্ণ কথাটো হল যে ইয়াত উপলব্ধ সকলোবোৰ লিখনি আপুনি পুংখানুপুংখভাবে আৰু সঠিককৈ (well researched) পঢ়িবলৈ পাব ৷ যাৰ বাবে আপুনি অন্য কোনো ৱেবছাইটলৈ যাব নালাগিব ৷ আনহাতে আপুনি আপোনাৰ প্ৰশ্ন সমূহ comments বস্কত সুধি শুদ্ধ উত্তৰ লাভ কৰিব পাৰিব ৷




মই অন্তৰৰ পৰা এইটোৱে বিচাৰো যে সকলোকে সহায়ৰ হাত আগবঢ়াও ৷  আপোনাক সকলক অন্তৰৰ পৰা মোৰ  অশেষ ধন্যবাদ AssameseNe.blogspot.com  লৈ অহাৰ বাবেই ৷ মই আশা কৰিছোঁ যে আপুনি এই ৱেবছাইটলৈ আহি সুখী হৈছে ৷




ধন্যবাদেৰে



AssameseNe.blogspot.com


ই-মেইল : assamesene20@gmail.com





Post a Comment

0 Comments