পৃথিৱীৰ ১০ টা লোকপ্ৰিয় Websites | Top 1O most popular websites in the world 2020 in Assamese | AssameseNe.blogspot.com

পৃথিৱীৰ ১০ টা লোকপ্ৰিয় Websites, Top 1O most popular websites in the world 2020 in Assamese, top trending websites in Assamese, most visited websites in india 2020 in Assamese, most popular websites 2019


পৃথিৱীৰ ১০ টা লোকপ্ৰিয় Websites


আজিৰ যুগত কম্পিউটাৰ মানৱ জীৱনৰ বহুত গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে ৷ আৰু ইয়াৰ লগতে Internet ৰ ব্যৱহাৰ কৰা users ৰ সংখ্যাও প্ৰত্যেক দিনে বাঢ়ি গৈ আছে ৷ যেতিয়া কিবা নজনা কথা বা কিবা বিষয়ৰ বাবে জানিব লগা থাকে তেতিয়া মানুহে সকলোতকৈ আগতে website ত যায় নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰে আৰু তেওঁলোকে তথ্যখিনি লাভ কৰে ৷ Internet ৰ পৃথিৱীত নগণ্য websites প্ৰত্যেক দিনাই বনোৱা হয় আৰু ইয়াৰ কিছুমান website এনেকুৱা আছে যিবোৰে internet users ৰ জীৱনত এক ব্যতিক্ৰমী ভূমিকা লৈছে ৷ সেই websites মানুহৰ প্ৰত্যেক দিনৰ কাৰ্যৰ এক অংশ হৈ পৰিছে ৷ 



একপ্ৰকাৰ সংগীৰ নিচিনা হৈ পৰিছে যেনে Facebook, Google, Yahoo আৰু Youtube ৷ এইবোৰ websites ৰ অবিহনে আমাৰ দিন পূৰা হ’ব নোৱাৰে ৷ এইবোৰ websites ৰ বাহিৰে এনে আৰু বহুতো websites আছে যিবোৰ অন্য ডাঙৰ দেশত জনপ্ৰিয় হয়,এইবোৰৰ বিষয়ে আমি বহুত কম শুনিছো ৷ 



তেন্তে আহক এই লেখনি টোত মই আপোনাক world ৰ বহুত জনপ্ৰিয় top 10 websites ৰ বিষয়ে জনাম, যিবোৰত গোটেই পৃথিৱীয়ে প্ৰত্যেক দিনে visit কৰে ৷



এই সকলো websites ৰ লোকপ্ৰিয়তা তাৰ visitors কাৰণে আছে ৷ Visitors ৰ number ক লৈ top 10 most popular websites in the World list বনোৱা গৈছে ৷ এই সকলো কেৱল এটা এটা website য়ে নহয়, এইবিলাক পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাঙৰ কোম্পানীৰ তালিকাত সন্নিৱিষ্ট হৈ আছে ৷



Top 1O most popular websites in the world 2020


Google যেতিয়াৰ পৰা বনোৱা হৈছে, তেতিয়াৰ পৰা প্ৰথম নম্বৰত আছে, কিয়নো এইটো পৃথিৱীৰ সকলোতকৈ অধিক use কৰা search engine হয় ৷ এই list ৰ জৰিয়তে মই আপোনাৰ সৈতে Internet ৰ লগত জড়িত কিছুমান দৰকাৰী তথ্য share কৰিব বিচাৰিছোঁ ৷ যদি আপুনি Internet ৰ user হয় তেন্তে আপুনি এই সকলো বোৰৰ বিষয়ে জনাটো বহুত প্ৰয়োজনীয় ৷



1. Google


Google পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় web search engine হয় ৷ এইটো website য়ে বহুতো features দিয়ে, যেনে আপুনি কিবা কথা বা বিষয়ৰ ওপৰত জানিব বিচাৰে তেন্তে তাৰ সকলো detail আপুনি তৎক্ষণাত পাব ৷ Google ৰ সকলোতকৈ জনপ্ৰিয় email service হ’ল Gmail, যাৰ জৰিয়তে আমি নিজৰ mail account ও বনাব পাৰো ৷ Google website ৰ জৰিয়তে আমি বিশ্বৰ সকলো information ৰ সৈতে web pages, images আৰু videos ও search কৰিব পাৰো ৷ Google য়ে smartphones ৰ বাবে social networking tools, organization tools আৰু chat tools ৰ সুবিধাও দিয়ে যেনে Google+ ৷ এইবোৰ কাৰণৰ বাবে Google আজি top most popular website হয় ৷



2. Facebook


Facebook পৃথিৱীৰ অন্যতম most popular website আৰু most visited online social networking site হয় ৷ এই website ৰ জৰিয়তে আমি পৃথিৱীৰ যিকোনো ঠাইত থকা বন্ধুৰ লগত আৰামত কথা পাতিব পাৰো ৷ video callling কৰিব পাৰো, photo share কৰিব পাৰো ৷ 2004 চনত Mark Zuckerberg য়ে ইয়াৰ আৰম্ভণি কৰিছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈ ইয়াৰ লোকপ্ৰিয়তা বাঢ়ি গৈ আছে ৷ গোটেই বিশ্বতে Facebook ৰ 1 billion তকৈ বেছি users আছে ৷ Users ৰ   চিন্তাবোৰ কম কৰাৰ বাবে Facebook য়ে সময়ে সময়ে নিজৰ features বোৰক update কৰি আছে তাৰে ভিতৰত এটা হৈছে fake accounts ক আঁতৰাই আছে ৷



3. YouTube


Youtube এটা অত্যাধিক ডাঙৰ video sharing website হয় যিটো Google য়ে $ 1 billion ত কিনিছে ৷ এই website টোৰ জৰিয়তে আমি নিজৰ videos বোৰ গোটেই বিশ্বতে upload, tag আৰু share কৰিব পাৰো ৷ 


Youtube ত আমি বিভিন্ন প্ৰকাৰৰ videos দেখিবলৈ পাওঁ যেনে music videos, educational videos, TV daily shop clips, entertaining videos আদি ৷ এই জনপ্ৰিয় website user account ফ্ৰী registration কৰাৰো প্ৰস্তাৱ প্ৰদান কৰে যাৰ বাবে কোনো ব্যক্তি অথবা organization য়ে নিজৰ video materials সহজে upload কৰিব পাৰে ৷



4. Yahoo


Yahoo এটা প্ৰচলিত web search engine হয় ৷ Yahoo এটা American Multinational Technology Company হয় যিটো California ত অৱস্থিত ৷ Yahoo US ৰ সকলোতকৈ জনপ্ৰিয় website হয় ৷ ইয়াৰ লোকপ্ৰিয়তা web portal আৰু তাৰ লগত জড়িত সেৱা যেনে Yahoo ! Mail, Yahoo ! News, online mapping, social media accounts আদিৰ বাবে জনা যায় ৷ Yahoo ৰ মতে কোটি কোটি users ক প্ৰত্যেক মাহত 30 টা ভাষাত উপলব্ধ হৈ তাৰ ফালে আকৰ্ষিত কৰে ৷



5. Baidu


এইটো Website ৰ বিষয়ে ভাৰতত বহুত কম ব্যক্তিয়ে শুনিছে চাগে ৷ Baidu Google ৰ নিচিনা China ৰ web search engine হয় যিটো তেওঁলোকৰ ভাষাতে উপলব্ধ হয় ৷ Baidu website Chinese ভাষাত প্ৰায় 740 মিলিয়ন webpages, 80 million images আৰু 10 million multimedia files internet ত প্ৰদৰ্শন কৰে ৷ Baidu ৰ বহুত প্ৰকাৰৰ সুবিধা আছে যেনে Baidu Map, Baidu Yun, Baidu Post Bar, Baidu News etc.



6. Amazon


Amazon বিশ্বৰ সকলোতকৈ ডাঙৰ online shopping আৰু most popular website হয় ৷ এইটো online website America ৰ International e -commerce company হয় ৷ এই website টোই Amazon.in ৰ নামেৰে ভাৰতত online marketplace খুলিলে, আৰু ইয়াৰ আৰম্ভণি প্ৰথমতে online bookstore ৰে হৈছে য’ত হাজাৰ প্ৰকাৰৰ কিতাপ সহজে পোৱা যায় ৷ লাহে লাহে ইয়াৰ লোকপ্ৰিয়তা বাঢ়িব ধৰিলে আৰু এই website টোই আৰু কেইবা প্ৰকাৰৰ বস্তুৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰি দিলে যেনে electronics, furniture, software, apparel, video games, toys আৰু jewellery. Amazon য়ে নিজৰ customers ক ভাল সেৱা দিবৰ বাবে 24×7 উপলব্ধ থাকে ৷



7. Wikipedia


Wikipedia বিশ্বৰ সকলোতকৈ বেছি দৰ্শকৰ পঢ়া যোৱা সপ্তম most popular website হয় ৷ ইয়াৰ আৰম্ভণি January 15, 2001 ত হৈছিল তেতিয়া এইটো কেৱল এটা ভাষাতে আৰম্ভ কৰা গৈছিল english ভাষাত, যেনেকৈ ইয়াৰ লোকপ্ৰিয়তা বাঢ়িব ধৰিলে তেনেকৈ Wikipedia ত বহুতো ভাষাত article দিবলৈ আৰম্ভ কৰি দিলে ৷ আৰু আজিৰ সময়ত Wikipedia ত প্ৰায় 38 million articles 250 বেলেগ বেলেগ ভাষাত পোৱা যায় ৷ প্ৰত্যেক মাহতে এই website ত প্ৰায় 500 million দৰ্শকে নিজৰ তথ্যপাতি প্ৰাপ্ত কৰে ৷



8. Taobao


Taobao চীনৰ Amazon আৰু Ebay ৰ দৰে online shopping website হয়, যাৰ আৰম্ভণি May 10, 2003 ত হৈছিল আৰু ইয়াৰ উদ্ভাৱন Alibaba Group য়ে কৰিছিল ৷ Taobao website কেৱল China ৰ মানুহৰ বাবে online market place হয় য’ৰ পৰা তেওঁলোকে নিজৰ প্ৰয়োজনীয় বস্তুবোৰ কিনে ৷ China ৰ যিকোনো ব্যক্তিয়ে যদি নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেতিয়া Taobao তেওঁৰ বাবেও এটা account খোলে য’ত Taobao য়ে তেওঁক শিকায় যে নিজৰ কাৰোবাৰ কেনেকৈ আৰম্ভ কৰে আৰু সফল কৰিব পাৰি ৷ প্ৰায় 760 million products এই website ত পোৱা যায় আৰু ইয়াৰ বাবে Taobao আজি বিশ্বৰ Top 10 popular website বুলি জনা যায় ৷



9. Twitter


Twitter এটা Online social networking website হয় যিয়ে নিজৰ users ক এইখিনি যোগ্য বনাই যে তেওঁ 140 - character message ক পঢ়িব আৰু পঠাব পাৰে যাক " tweets" বুলি কয় ৷ এই website টোক গোটেই বিশ্বতে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত যিকোনো ব্যক্তি একেবাৰে free ত register কৰিব পাৰে ৷ যিজন user য়ে এই website ত register কৰিছে কেৱল সেই user য়ে নিজৰ message পঢ়িব আৰু পঠাব পাৰে, আৰু অন্য users যিয়ে register নকৰে তেওঁ কেৱল tweets বোৰ পঢ়িব পাৰে ৷


Twitter ৰ আৰম্ভণি July 2006 ত হৈছিল আৰু আজি এই website ত প্ৰায় 500 million users য়ে এতিয়ালৈ register কৰিছে ৷ আৰু এনেকৈ twitter য়ে নিজৰ স্থান top 10 most popular website ত বনাই লৈছে ৷



10. LinkedIn


LinkedIn এটা business-oriented social networking service হয় যাৰ headquarter California ত আছে আৰু গোটেই বিশ্বতে 30 cities ত ইয়াৰ office আছে ৷ এই website বিশেষকৈ professional networking ৰ বাবে ব্যৱহাৰ কৰা যায় ৷ এই website ত users য়ে  বিভিন্ন প্ৰকাৰৰ recruitments ৰ বিষয়ে তথ্যপাতি লাভ কৰে আৰু যাৰ business আছে তেওঁ নিজৰ বাবে যোগ্য candidates ও বিচাৰি hire কৰিব পাৰে ৷ LinkedIn ত 400 million registered users 200 তকৈ বেছি countries ত আছে ৷ এই website 24 টা ভাষাত উপলব্ধ আছে ৷



আজি আপুনি কি শিকিলে?


মই আশা কৰিছোঁ আপোনালোকে মোৰ এই লিখনি Top 1O most popular websites in the world 2020 পঢ়ি নিশ্চয় ভাল পাইছে ৷ মোৰ সদায় এইটোয়েই চেষ্টা যে readers ক most popular websites ৰ বিষয়ে সম্পূৰ্ণ তথ্যপাতি প্ৰদান কৰা যাওক ৷ যাৰ দ্বাৰা আপুনি কোনো অন্য sites অথবা internet ত সেই article সন্দৰ্ভত বিচৰাৰ প্ৰয়োজন নাথাকে ৷



ইয়াৰ ফলত  সময়ৰ ৰাহি হ’ব আৰু এই বিষয়টো সম্বন্ধে  সকলো information ইয়াতে পাব, যদি আপোনাৰ মনত এই article টোক লৈ কিবা doubts আছে অথবা আপুনি বিচাৰে যে ইয়াত কিবা শুধৰণি হ’ব লাগে তেনেহ’লে ইয়াৰ বাবে আপুনি Comments লিখিব পাৰে ৷



ধন্যবাদ



Post a Comment

3 Comments

আপোনাক স্বাগতম জনাইছো আপোনাৰ বহুমূলীয়া পৰামৰ্শ আৰু কমেণ্টৰ বাবে.....