মনিটৰ কি হয় আৰু ইয়াৰ প্ৰকাৰ ? | Introduction and definition of computer | শিক্ষাত কম্পিউটাৰৰ ভূমিকা | AssameseNe.blogspot.com


মনিটৰ (Monitor) কি হয় আৰু ইয়াৰ প্ৰকাৰ ? 





আপুনি জানেনে কম্পিউটাৰ মনিটৰ কি হয় (Monitor in Assamese) ? নিশ্চয় আপুনি ইয়াৰ বিষয়ে শুনিছে ; কিয়নো আমি সকলোৱে বহুত পৰিচিত হয় Computer Monitors ৰ লগত ৷ আমি আমাৰ বেছি ভাগ সময় এই  Monitors ৰ সন্মুখত বহি কটাও ৷ যেনে Gaming কৰা , Movies চোৱা , এনেকৈ বহুতো কাম ৷ ঠিক একেদৰেই মনিটৰৰ ব্যৱহাৰ Computer System ত এক Display unit ৰ দৰেই কাম কৰে ৷



এখন ভাল Display বহুত মহত্ত্বপূৰ্ণ  হব পাৰে যিকোনো User Experience ৰ বাবেই ৷ Display Technology ত নতুনত্বৰ আগমনে Display device qualities ত বহুত  আধুনিকত্ব আনি দিছে ৷ এতিয়া Desktop Computers বহুত প্ৰকাৰ (Variety) ৰ উপলব্ধ হৈছে ৷  তাত ব্যৱহাৰ হোৱা Technology ৰ ব্যৱহাৰে, যেনে CRT monitor আদি কৰি latest slim LCD, LED আৰু OLED monitors ইত্যাদি ৷ 



যিকোনো monitorperformance জুখিব (measure) ৰ বাবে বহুতো parameters আছে, যেনে luminance, contrast ratio, resolution, dot pitch , response time, refresh rate আৰু power consumption, লগতে যি সাধাৰণ সমস্যা প্ৰায়ে উৎপন্ন হয় monitor ত সেইটো হল dead pixels, blurred screen, phosphor-burn ইত্যাদি ৷ সেয়েহে মই আজি ভাবিলো যে আপোনালোকক ইয়াৰ বিষয়ে অবগত কৰাও যে মনিটৰ কি হয় ৷ এই সম্পৰ্কে  আপোনালোকে ও যিবোৰ কথা নাজানে ইয়াৰ দ্বাৰা অবগত হব পাৰিব৷ তেন্তে আহক বেছি পলম নকৰি আৰম্ভ কৰো আৰু Computer monitor in Assamese ৰ বিষয়ে বিতংকৈ আলোচনা কৰো ৷ 




মনিটৰ কি (What is Monitor in Assamese)



computer history in assamese, introduction  of computer, parts of computer, Technology, কম্পিউটাৰ আৰু অসমীয়া ভাষা,
কম্পিউটাৰ মনিটৰ



কম্পিউটাৰ  মনিটৰ (Computer monitor)technically visual display unit কোৱা হয় ৷ এইটো এটা output device হয়, যিয়ে CPU (কম্পিউটাৰৰ মগজু) ৰ সকলোবোৰ তথ্য monitor screen ত দেখুৱাই ৷ এইটো এটা interface ৰ দৰেই হয় CPU আৰু User ৰ মাজত ৷ এডাল cable টাৰ সংযোগ কৰা হয় vedio adaptor ৰ লগত বা vedio card ৰ লগত, যি কম্পিউটাৰৰ  motherboard ৰ লগত সংলগ্ন কৰা থাকে ৷ 



মনিটৰ প্ৰায় একে দেখি টেলিভিছনৰ (television) লগত ৷ মনিটৰ আৰু টেলিভিছনৰ মাজত থকা প্ৰধান পাৰ্থক্য হল monitortelevision tuner নাথাকে channels (চেনেল) সলনি কৰিবলৈ ,  যিটো television ত থাকে ৷  monitor ত higher resolution display থাকে television ৰ তুলনাত ৷ এটা higher display resolution এ  সৰু  আখৰ  (letter)  আৰু fine graphics দেখাত সুবিধা প্ৰদান কৰে ৷ 



এটা মনিটৰক screen, display, video display, video display terminal, video display unit, video screen আদি নামেৰে জনা যাই ৷



মনিটৰৰ আৱিষ্কাৰ কোনে কৰিছিল ?



পোন প্ৰথমে cathode ray monitor ৰ আৱিষ্কাৰ Karl Ferdinand Braun য়ে কৰিছিল ১৮৯৭ চনত ৷ ১৮৯৭  চনত তেওঁ প্ৰথম cathode ray tube আৱিষ্কাৰ কৰিছিল ৷



মনিটৰে কি কাম কৰে ?



এটা কম্পিউটাৰ মনিটৰ এক প্ৰকাৰৰ display adapter হয় যিয়ে কম্পিউটাৰৰ video card ৰ পৰা processed কৰা  তথ্য সমূহক display কৰে ৷ যেতিয়া এখন vedio card বা graphics card য়ে convert কৰে binary information1s আৰু 0s ৰে ছবিলৈ (images), তেতিয়া images বোৰক সহজে আৰু প্ৰত্যেক্ষভাবে connected monitor ত চাব (display) পৰা যাই ৷



সেইবাবেই কম্পিউটাৰ মনিটৰৰ প্ৰধান কাম হল display  কৰা video আৰু graphical information ক, যি কম্পিউটাৰৰ graphics adapter ৰ পৰা generate হয় ৷ ইয়াৰ দ্বাৰা user সকলক কম্পিউটাৰৰ লগত interact কৰাত সুবিধা প্ৰদান কৰে ৷ মনিটৰক এটা output device হিছাপে গন্য কৰা হয় ৷ গোটেই কম্পিউটাৰ চিষ্টেম এটাত মনিটৰে  বহুত মহত্ত্বপূৰ্ণ অংগ হিছাপে কাম কৰে ৷  অন্যহাতে মনিটৰক video display unit (VDU) বুলিও জনা যাই ৷




কম্পিউটাৰ মনিটৰৰ প্ৰকাৰ 



ব্যৱহাৰৰ বাবে computer monitor ৰ বহুত প্ৰকাৰ উপলব্ধ আছে ৷ ইয়াত মই এনেকুৱা কিছুমান প্ৰকাৰৰ মনিটৰৰ কথা কবলৈ গৈ আছো ,যিবোৰ আগতে ব্যৱহাৰ কৰা হৈছিল ৷ কিছুমান কম্পিউটাৰটো এতিয়াও ব্যৱহাৰ কৰা হৈ আছে  ৷  তেন্তে বলক এইবোৰৰ বিষয়ে আৰু অধিক জানি লও ৷


CRT Monitors


এই মনিটৰে এটা cathode ray tube ৰ ব্যৱহাৰ কৰে images display কৰাৰ বাবেই ৷ এই cathode ray tube ক গঠন কৰাৰ বাবে এটা vacuum tube, heaters, electron guns, deflection circuits আৰু এখন glass screen ৰ ব্যৱহাৰ কৰা হয় ৷ যেতিয়া cathode ray ৰ ভিতৰত  electrons উৎপন্ন হয়, তেতিয়া screen খনক এই electrons ৰ দ্বাৰা bombard কৰা হয় ৷ যাৰ বাবেই ই glow কৰিবলৈ লয় আৰু images উৎপন্ন হয় ৷ CRT মনিটৰ সমূহ আগৰ টেলিভিছন সমূহত resemble কৰা হৈছিল ৷ এই মনিটৰ সমূহত বহুত বিদ্যুত শক্তিৰ আবশ্যক হয় ৷



LCD Monitors



এই  LCD য়ে screen monochrome pixels ৰ ব্যৱহাৰ কৰে images বোৰক project কৰাৰ বাবেই ৷ 
LCD মনিটৰে বহুত কম পৰিমাণে বিদ্যুত ব্যৱহাৰ কৰে ৷ ইয়াত বিদ্যুত বহু পৰিমানে ৰাহি হয় আৰু বহুত বেছি ধুনীয়া graphics quality প্ৰদান কৰে ৷ সচৰাচৰ আমি যিবিলাক কম্পিউটাৰ মনিটৰ ব্যৱহাৰ কৰো তাৰ ভিতৰত Liquid Crystal Display (LCD) ৰ বেছি  ব্যৱহাৰ হয় ৷ ইয়াত screen size ( স্ক্ৰীনৰ আকাৰ) ১৭ ইঞ্চিৰ পৰা ৬০ ইঞ্চিলৈ থাকে ৷ 




LED Monitor



LED মনিটৰ এতিয়াৰ সময়ত বহুলভাবে  ব্যৱহাৰ হোৱা আধুনিক পদ্ধতিৰ মনিটৰ , আৰু বজাৰত সহজে উপলব্ধ ৷ ই  flat panel  (চেপেটা আকাৰৰ) , বা curved displays  (বেকা ধৰণৰ)  হয় ৷ 



LED মনিটৰত বহুত কম পৰিমাণে বিদ্যুতৰ ব্যৱহাৰ হয় CRT বা LCD ৰ তুলনাত ৷ ইয়াৰ সলনি ই environmentally friendly হয় ৷  ইয়াৰ প্ৰধান সুবিধাটো হল , ই এনেকুৱা images produced (ছবি উৎপন্ন)  কৰে যত higher contrast থাকে ৷ অন্যহাতে ই পৰিৱেশৰ ওপৰতো বেয়া প্ৰভাব (negative environmental impact) বেছিকৈ নকৰে, যেতিয়া ইয়াক dispose কৰা যাই ৷ লগতে ইয়াক বহু দিনলৈকে আমি ব্যৱহাৰ কৰিব পাৰো CRT আৰু LCD মনিটৰৰ তুলনাত ৷ 


ইয়াৰ design বহুত পাতল হয় আৰু বেছি heat উৎপন্ন নকৰে ৷ ইয়াৰ বেয়া দিশটো হল ই বহুত দামী (expensive)  হয়  ৷ 



Plasma Monitor



প্লাজমা  (Plasma) টেক্নলজি অন্য এটা আধুনিক টেক্নলজি (latest technology) হয়  display device ৰ ৷ ইয়াৰ পিছত যি basic idea আছে সেইটো হল ই illuminate কৰে tiny colored fluorescent light ক, যাৰ দ্বাৰা image pixels গঠন হয় ৷ 



ইয়াৰ প্ৰত্যেক pixel তিনিটা fluorescent lights ৰ দ্বাৰা গঠন হয় ৷ যেনে ৰঙা, সেউজীয়া আৰু নীলা light ,  যাৰ দ্বাৰা বহুত প্ৰকাৰৰ Color গঠন কৰে ৷ 



OLED Monitor



OLED ৰ সম্পূৰ্ণ ৰূপ হল-  Organic Light Emitting Diode. এইটোৱো  এটা latest technology (আধুনিক টেক্নলজি) হয় display device ৰ ৷ ইয়াৰ নামটোৰে আমি গম পাও যে ই organic material (যেনে carbon, wood, plastic  বা  polymers) ৰে বনোৱা হয় ৷ যাৰ ব্যৱহাৰ বৈদ্যুতিক শক্তিক(electric current)  light  তলৈ সলনি কৰা হয় ৷ 


ই ইমানে শক্তিশালী হয় যে ই বেলেগ বেলেগ ৰঙৰ পোহৰ উৎপন্ন কৰিব পাৰে ৷ সেইবাবে ইয়াৰ ব্যৱহাৰ প্ৰত্যক্ষ ভাৱে কৰিব পাৰি correct colour উৎপন্ন কৰাৰ বাবে ৷ আনহাতে ইয়াত কোনো ধৰণৰ backlight ৰ প্ৰয়োজন নাই ,যাৰ বাবে ই power আৰু space  (ঠাই) দুয়োটায়ে বচাই ৷ 



ইয়াৰ fast response time, wide viewing angles, outstanding contrast levels আৰু perfect brightness থকাৰ বাবেই এই   OLED display এতিয়ালৈ সকলোতকৈ উৎকৃষ্টতম মানদণ্ডৰ display technology বুলি মানি লোৱা হয় ৷

 

Latest Display Technology বা আধুনিক display টেক্নলজি আৰু Conventional Display technology (পৰম্পৰাগত display টেক্নলজি) ৰ মাজত থকা  পাৰ্থক্য আৰু Latest Display Technology ৰ সুবিধা সমূহ :-




Conventional Display Technology (পৰম্পৰাগত display টেক্নলজি) ৰ বহুতো দোষ আছে যাক Latest Display Technology ৰ ব্যৱহাৰে সম্পূৰ্ণ কৰে ৷ সেইবাবেই আধুনিক display টেক্নলজিৰ সুবিধা সমূহৰ বিষয়ে জানো আহক ৷ 




  • ইয়াৰ fabrication process  বহুত সহজ  আৰু display devices সমূহ বহুত পাতল বা  চেপেটা হয় পাৰম্পৰিক display devices ৰ তুলনাত ৷ 
  • LCD devices ৰ তুলনাত OLED displays ক বেলেগ বেলেগ angles (কোণ) ৰ পৰা দেখা পাই ৷ কিয়নো ই "emissive" devices হয়, মানে এই displays য়ে lightemit (সিচৰিত) কৰে ৷ 
  • backlight ৰ প্ৰয়োগ নকৰে ৷ 
  • ইয়াৰ driving voltage (ইলেক্ট্ৰিচিটিৰ মাত্ৰা) আৰু total power consumption বহুত কম হয় অন্য display technology ৰ তুলনাত ৷ মানে ই বহু পৰিমাণে বিদ্যুতৰ ৰাহি কৰে ৷ 
  • ইয়াত যিবোৰ material  ৰ ব্যৱহাৰ কৰা হয় সেইবোৰ eco-friendly হয় আৰু ইয়াত কোনো ধৰণৰ harmful (ক্ষতিকাৰক) পদাৰ্থৰ ব্যৱহাৰ কৰা নহয় ৷ 





কম্পিউটাৰ মনিটৰৰ সম্পূৰ্ণ  জ্ঞান



মই আশা কৰিছোঁ যে মই কম্পিউটাৰ মনিটৰ কি হয় (what is Monitor in assamese) ইয়াৰ বিষয়ে সম্পূৰ্ণ আলোচনা কৰিলো আৰু আশা কৰো আপোনালোকে ও কম্পিউটাৰ মনিটৰ কি হয় ইয়াৰ বিষয়ে বুজি পাইছে ৷ যদি আপোনাৰ মনত এই article টোক লৈ কিবা doubts আছে বা আপুনি যদি  বিচাৰে ইয়াত কিবা শুধৰণিৰ দৰকাৰ আছে তেন্তে ইয়াৰ বাবে আপুনি তলৰ কমেণ্ট বস্কত লিখিব পাৰে ৷ আপোনাৰ এনেকুৱা পৰামৰ্শৰ পৰা ময়ো কিবা শিকিবলৈ পাম আৰু সুধৰণিৰ সুযোগ পাম ৷ 




যদি মোৰ এই post মনিটৰৰ বিষয়ে জ্ঞান অসমীয়াত ভাল লাগিছে বা ইয়াৰ দ্বাৰা আপুনি অলপ শিকিব পাৰিছে তেন্তে  আপোনাৰ প্ৰশংসন্নতা আৰু উৎসুকতা দেখুৱাবৰ বাবে অনুগ্ৰহ কৰি এই post টো Social Networks যেনে Facebook, whatsapp, Twitter ইত্যাদিত share কৰক ৷ 
লগতে মোৰ Blog টো Subscribe কৰক ৷ 



জয় আই অসম ৷ 


ধন্যবাদ ৷

Post a Comment

2 Comments

  1. Where can buy AOC CQ32G2E Gaming Monitor in Uae, FreeSync 1ms 144Hz QHD Gaming Monitor in Uae, Curved Gaming Monitor in Uae
    https://pcdubai.com/product/aoc-cq32g2e-31-5-inches-freesync-1ms-144hz-qhd-curved-gaming-monitor-cq32g2e/

    ReplyDelete

আপোনাক স্বাগতম জনাইছো আপোনাৰ বহুমূলীয়া পৰামৰ্শ আৰু কমেণ্টৰ বাবে.....